অন্ধবিশ্বাসৰ কুটিল গ্ৰাসৰ এক জঘন্য ঘটনা সংঘটিত হল কলাইগাওত। বিবস্ত্ৰ হৈ মন্দিৰৰ ভিতৰত এটা পৰিয়ালৰ পূজা অৰ্চনা। বিজ্ঞান শিক্ষক
যাদৱ চহৰীয়াৰ পৰিয়ালটোৱে এটা ৭ বছৰিয়া শিশুক বলি দিয়াৰ উদ্দেশ্যে পূজা অৰ্চনা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। হাতত দা-কুঠাৰ লৈ আৰক্ষী আৰু ৰাইজক আক্ৰমন পৰিয়ালটোৰ। পিতা-পুত্ৰৰ ভৰিত আৰক্ষীয়ে গূলীয়াই ৫ ঘন্টাৰ অন্তত উদ্ধাৰ কৰে পৰিয়ালটোক। অন্ধবিস্বাসৰ কবলত এতিয়াও আছে একাংশ লোক এইখন অসম।

0 Comments