কলাইগাওত নৰবলি দিব খোজা শিশুটিক উদ্ধাৰ কৰিছিল মাধুৰ্য শৰ্মা নামৰ যুৱকজনে। Ytmixture News


Video...ওদালগূৰি জিলাৰ কলাইগাওৰ নৰবলি দিব খোজা ঘটনাৰ পৰা শিশুটিক উদ্ধাৰ কৰিছিল কলাইগাও আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক মাধুৰ্য শৰ্মাই । মাধুৰ্য শৰ্মাক বহুত বহুত ধন্যবাদ জনালো

               
Share this post...
                 

Post a Comment

0 Comments