ভয়ানক বানৰ কবলত সমগ্ৰ অসম। প্ৰতিঘন্টাত বাঢ়িছে পানী। নিয়ন্ত্ৰনৰ বাহিৰত বান পৰিস্থিতি । ২৫ খন জিলাৰ দুই সহস্ৰাধিক গাওৰ ১৫ লাখৰ ও অধিক লোক এতিয়া বানৰ কবলত। প্ৰায় ৮০০ৰো অধিক শিবিৰত দুখৰ অন্ত নোহোৱা হৈছে বান বিধ্বস্ত লোকৰ। হাইলাকান্দি, লখিমপূৰ, মাজুলি, ধৰ্মপুৰ , সমগ্ৰ ৰাজ্যতে অৱস্থা একে। অতিসোনকালে চৰকাৰে কোনো সংস্থাপনৰ ব্যৱস্থা নকৰিলে বানাক্ৰান্তৰ মাজত আৰম্ভ হব ভয়ানক অৱস্থা।
কেৱল মানুহৰে নহয় ভয়ানক বানৰ ফলত আলাই আথানি নোহোৱা হৈছে জীৱকুলৰ। ভয়ানক বানৰ পৰা ৰক্ষা পাৱলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৰাস্তালৈ ওলাই আহিছে জীৱ জন্তু। গতিকে গাড়ী চলাই অলপ সাৱধান হৱ কাৰন আপোনাৰ অলপ ভূলৰ বাবে ক্ষতি হৱ পাৰে নিৰিহ জীৱ জন্তুৰ।
Share this post.....




0 Comments