শ্বেতা আগৰৱালৰ হত্যাকাৰীক ফাচীৰ ৰায়‌ আদালতৰ । Sweta agarwal murder case । Ymixture

শ্বেতা আগৰৱালাৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক শাস্তি ঘোষনা । শ্বেতা আগৰৱালাৰ হত্যাকাৰী প্ৰেমিক গোবিন্দ সিংঘালক ফাচীৰ ৰায় আদালতৰ ।

 ২০১৭ চনৰ ৪ ডিচেম্বৰত নিজ ঘৰতে প্ৰেমিক গোবিন্দ‌ সিংঘালে । জীৱন্তে জ্বলাই দিছিল শ্বেতাক। বাথৰুমত উদ্ধাৰ কৰা হৈছিল শ্বেতা আগৰৱালাৰ মৃতদেহ ।

শ্বেতা আগৰৱালাৰ হত্যাকাণ্ডৰ মূল অপৰাধী গোবিন্দ সিংঘালক ফাচীৰ ৰায়ৰ লগতে তেওৰ মাতৃ আৰু ভগ্নীক যাৱজ্জীৱন কাৰাদণ্ড দিয়ে আদালতে।

আদালতৰ এই ৰায়দানক শ্বেতা আগৰৱালাৰ পৰিয়ালৰ লগতে তেওৰ আত্মীয়‌ই সন্মান জনায় শ্বেতা আগৰৱালাৰ পৰিয়ালে কয় যে শ্বেতাৰ আত্মাই এতিয়াহে শান্তি লাভ কৰিব । 

Post a Comment

0 Comments