ভাৰতবৰ্ষত নিষিদ্ধ ঘোষণা কৰা হৈছে ধপাতযুক্ত পান মচলাসমূহ। যদি আপুনি পান মচলা খাই ভাল পায় তেনেহলে আপোনাৰ বাবে এইটো বেয়া খৱৰ।
নিষিদ্ধ কৰা ধপাতযুক্ত পান মচলাসমূহ হল শিখৰ, বিমল, কমলা পছন্দ, ৰজনীগন্ধা ইত্যাদি ।
মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি দেশত ধপাত জাতিয় সামগ্ৰী নিষিদ্ধ ঘোষণা কৰে কেবিনেটে।
বিহাৰ আৰু মহাৰাষ্ট্ৰত ইয়াৰ পূৰ্বে নিষিদ্ধ কৰা হৈছিল ধপাত। চৰকাৰৰ এই সিদ্ধান্তৰ পিছত কোনো দোকানিয়ে বিক্ৰী কৰিব নোৱাৰিব এই ধপাতযুক্ত পান মচলাসমূহ।


0 Comments