ছবিঘৰলৈ আহি আছে বিগ বাজেটৰ অসমীয়া ছবি ৰাজকুমাৰী। Upcoming New assamese movie Rajkumari, assamese news

Prastuti porasor image by Facebook

কাঞ্চনজংঘা (Kanchanjangha) আৰু ৰত্নাকৰৰ (Ratnakar) পিছত ছবিঘৰলৈ আহি আছে বিগ বাজেটৰ অসমীয়া ছবি ৰাজকুমাৰী (Rajkumari)। হীৰামনি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত অসমীয়া বোলছবি ৰাজকুমাৰীত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে (Prastuti porasor)। ইতিমধ্যে ছবিখনৰ শ্বুটিংৰ কাম আৰম্ভ কৰা হয় বুলি প্ৰকাশ কৰে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে। চলচ্চিত্ৰ প্ৰেমী ৰাইজৰ বাবে এইটো ভাল খৱৰ।

What is BJP & Congress it cell?

Post a Comment

0 Comments