অসমৰ বানাক্ৰান্তক সহায়ৰ হাত ইউটিউবাৰ কেৰীমিনতি, দিম্পু বৰুৱাৰ লগতে আৰু বহুজনৰ। YOUTUBER CARRYMINATI RAISES RS 11 LAKH FOR ASSAM FLOODS, youtuber Dimpu Baruah Raises 43k Rupees for assam floods, Assamese news.

অসমৰ বানাক্ৰান্তক সহায়ৰ হাত ইউটিউবাৰ কেৰীমিনতি, দিম্পু বৰুৱাৰ লগতে আৰু বহুজনৰ। YOUTUBER CARRYMINATI RAISES RS 11 LAKH FOR ASSAM FLOODS, youtuber Dimpu Baruah Raises 43k Rupees for assam floods, Assamese news.

Carryminati donate 11 lakhs rupees Assam floods, Dimpu Baruah donate 43k rupees for Assam floods, Dimpu Baruah Assamese youtuber, youtuber Carryminati,
Youtuber Carryminati and Dimpu Baruah images

সমগ্ৰ বিশ্বজুৰি কৰ'ণাৰ ভয়াবহ পৰিস্থিতিৰ মাজতে অসমত বানপানীত ডুব গৈছে বহুকেইখন জিলা।

Carryminati charity streem, Carryminati news in assamese,
Carryminati charity stream image

অসমৰ বানাক্ৰান্ত ( Assam Floods) ৰাইজক অলপ সহায়ৰ হাত আগবঢ়াবৰ বাবে জনপ্ৰিয় ইউটিউবাৰ কেৰীমিনতিয়ে ( Carryminati ) যোৱাকালি এটা Live stream কৰিছিল আৰু তাত পোৱা টকাখিনি অসমৰ লগতে বিহাৰৰ বানাক্ৰান্ত ৰাইজলৈ আগবঢ়ায়। কেৰীমিনতিয়ে ( Carryminati ) Live stream কৰি ১১ লাখ টকা পায় আৰু তেওৰ হাতৰ পৰা ১ লাখ টকা যোগ কৰি টকাখিনি বানাক্ৰান্ত ৰাইজলৈ অলপ সহায় হিচাপে আগবঢ়ায়।
Dimpu Baruah donate 43k rupees, Dimpu Baruah, YouTube channel Dimpu Baruah, Dimpu Baruah image 2020, Dimpu Baruah pic,
Dimpu Baruah charity stream image

অসমৰ জনপ্ৰিয় ইউটিউবাৰ দিম্পু বৰুৱাইও ( Dimpu Baruah ) যোৱাকালি অসমৰ বানাক্ৰান্ত ৰাইজৰ সহায়ৰ হকে ইউটিউবত এটা Live stream কৰিছিল আৰু তেও মাত্ৰ ৫০ মিনিট সময় Live stream কৰি ৪৩ হাজাৰ টকা সংগ্ৰহ কৰে বানাক্ৰান্ত ৰাইজৰ বাবে। দিম্পু বৰুৱাই এই টকাখিনি বানপিঢ়িত অঞ্চলত গৈ দুখিয়া ৰাইজৰ মাজত ভগাই দিম বুলি কয়। আৰু অসমৰ জনপ্ৰিয় ইউটিউবাৰ মিষ্টাৰ ৰাজাই ( Mr Raja ) ১২ হাজাৰ টকা পায় ইউটিউবত Live stream কৰি। মিষ্টাৰ ৰাজাই টকাখিনি বানপিঢ়িত ৰাইজৰ মাজত আগবঢ়াব বুলি কয়।

অসমৰ এই দুৰ্যোগৰ সময়ত বহুতো জনপ্ৰিয় ইউটিউবাৰে তেওঁলোকৰ চেনেলত Live stream কৰে আৰু তাত পোৱা টকাখিনিৰে বানাক্ৰান্ত ৰাইজক অলপ সহায় কৰিবলৈ চেষ্টা কৰিছে।

অসমক সহায় কৰিবলৈ আগবাঢ়ি অহা ইউটিউবাৰ সমূহ :
1/ Carryminati

2/ Angry Prash

3/ Dimpu Baruah

4/ Mr Raja

(বৰ্তমান এওঁলোকৰ তথ্য পোৱা গৈছে। পিছত আকো নতুন তথ্য আহিলে জনোৱা হব)

Post a Comment

0 Comments