শ্ব'পিং মলত কাপোৰ চেঞ্জ কৰোতে সাৱধান। Ytmixture



ডাঙৰ ডাঙৰ শ্বপিং মল, হোটেল নতুবা মেডিকেলত কাপোৰ চেঞ্জিং ৰুমত কাপোৰ চেঞ্জ কৰোতে সাৱধান হৱ। কাৰন চেঞ্জিং ৰুমত থাকিব পাৰে গোপন কেমেৰা। আজিকালি বহুতো তেনেধৰনৰ খবৰ প্ৰায় শুনিবলৈ পোৱা যায়। আপুনি সাৱধানে থাকিলে  আপোনাৰ কোনেও কেতিয়াও অসুবিধাৰ সৃষ্টি কৰিব নোৱাৰে। আজিকালি কিছুমান দুষ্টলোকে লুকাইৰোখা কেমেৰাৰ সহায়ত ফটো ,ভিডিঅ কৰি শাৰীৰিক শোষন ,MMS  ব্লেকমেইলিংৰ দৰে বহুতো ঘৃননীয় খবৰ শুনিবলৈ পোৱা যায়।
কেনেকৈ বাচিব ইয়াৰ পৰা । আপোনাৰ ফোনটোৰ পৰা আপোনৰ বন্ধু-বান্ধৱীলৈ ফোন কৰক যদিহে তাত গোপন কেমেৰা স্থাপন হৈ আছে তেনেহলে আপুনি কোনো বেলেগ ধৰনৰ শব্দ শুনিব নতূবা  নেটৱৰ্কৰ অসুবিধাৰ সন্মুখীন হব। আৰু যদি একো অসুবিধা পোৱা নাই তেনেহলে চিন্তাৰ কোনো কাৰন নাই। কিবা অসুবিধা পালে ১০০ ডায়ল কৰি আৰক্ষীক জনাওক। আপুনিও সাবধান হ‌ওক আৰু এই প'ষ্টটো শ্বেয়াৰ কৰি সকোলকে সাৱধান কৰি দিয়ক যাতে তেওঁলোকৰ‌ও কোনো বিপদ নহয়।

Post a Comment

0 Comments