চ'ছিয়েল মিডিয়াত ভাইৰেল পদপথৰ এগৰাকী অখ্যাত শিল্পী ৰানু মণ্ডল।
পদ পথ আৰু ৰেল ষ্টেচনত গীত গাই জীৱন নিৰ্বাহ কৰা ৰানু মণ্ডল এতিয়া সংগীতৰ নতুন চাঞ্চল্য ।
সংগীত পৰিচালক তথা বলীউডৰ জনপ্ৰিয় কন্ঠশিল্পী হিমেশ ৰেছমিয়াৰ নতুন ছবি হেপ্পী হাৰ্ডি এণ্ড হীৰ ছবিখনত কন্ঠদান কৰিছে ৰানু মণ্ডলে।
ফেচবুকৰ জৰিয়তে ভাইৰেল হৈছিল ৰানু মণ্ডলৰ সুললিত কন্ঠৰে গোৱা গীতসমূহ। অনন্য প্ৰতিভাৰ বাবে সকলোৰে অন্তৰত স্থান লাভ কৰিব সক্ষম হৈছে ৰানু মণ্ডলে।
ইতিমদ্ধে SONY TV ৰ এক ৰিয়েলিটি শ্ব'টো সংগীত পৰিৱেশন কৰি সমগ্ৰ দেশতে জিলিকি উঠিছে ৰানু মণ্ডল।
ভিডিঅটো চাওক--
![]() |
| Ranu mandal images |

0 Comments