ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। (মাঘ বিহু) Happy Bhogali Bihu 2022 ,(Magh Bihu). Assamese News,Magh Bihu images.

 

ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। (মাঘ বিহু) Happy Bhogali Bihu 2022 ,(Magh Bihu). Assamese News,Magh Bihu images.

Magh Bihu best wishes, Happy Bhogali Bihu images,
Magh Bihu images, (মাঘ বিহু)


পোন প্ৰথমে সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ (Bhogali Bihu) বহুত বহুত শুভেচ্ছা জনালোঁ। (মাঘ বিহু) magh Bihu images 2022,

বিহু বুলি কলে সকলোৰে মন প্ৰাণ ৰঙীন হৈ পৰে। বিহু অসম তথা অসমীয়াৰ গৌৰৱ । বিহু হৈছে তিনিটা : বহাগ বিহু,(Bohag bihu) কাতি বিহু (Kati Bihu) আৰু মাঘ বিহু (Magh Bihu)। বহাগ বিহু ৰঙালী (Rongali bihu) কাতি বিহু কঙালী (Kongali bihu) আৰু মাঘ বিহুক ভোগালী (Bhogali bihu) বুলি কোৱা হয়।

Bhogali Bihu best wishes, Magh Bihu images download, magh Bihu 2022,
Bhogali Bihu images (ভোগালী বিহু)


মেজি (Meji) Magh Bihu Meji Image

মেজি হৈছে মাঘ বিহুত (Magh Bihu) জ্বলাবলৈ তৈয়াৰ কৰা কাঠ বা খেৰৰ ওখ দ'ম। বহু ঠাইত  মেজি (Meji) নৰা, কলগছৰ শুকান পাত, বাঁহ আদিৰে তৈয়াৰ কৰে আৰু বহু ঠাইত কাঠ-বাঁহ আদিৰেও তৈয়াৰ কৰা দেখা যায়। মাঘ বিহুত মেজি জ্বলাই অগ্নি দেৱতাক পূজা কৰা হয়। ইয়াৰ পৰা বিভিন্ন অপায়-অমঙ্গল দূৰ হয় বুলি বিশ্বাস কৰা হয়।

মেজি , মাঘ বিহু মেজি, meji images magh Bihu,
মেজিৰ ফটো (Meji Image) magh Bihu

ভেলাঘৰ (Bhelaghar)

মাঘ বিহুৰ (Magh Bihu) উৰুকাৰ (Uruka) নিশা সকলোৱে মিলি ভেলাঘৰত  জুতিৰে এসাজ ভোজ ভাত খাই আনন্দ উৎসাহ কৰা হয়। এই ভেলাঘৰটো বাঁহ, নৰা আৰু কলগছৰ শুকান পাত আদিৰে বনোৱা হয়।

ভেলাঘৰ, bhelaghar images, magh Bihu images, Bhogali Bihu
ভেলাঘৰ (Bhelaghar image) Bhogali Bihu


Happy Magh Bihu images 2022, Happy Bhogali bihu 2022, magh Bihu images, Bhogali bihu images, Bhogali bihu, Assam Festival, Assamese News,

Post a Comment

0 Comments