বলীউডৰ জনপ্ৰিয় কৰিঅগ্ৰাফাৰ সৰোজ খানৰ মৃত্যু। RIP Saroj Khan, Bollywood Choreographer Saroj khan death news, assamese news.
 |
| Saroj Khan image by social media |
বলীউডৰ জনপ্ৰিয় কৰিঅগ্ৰাফাৰ সৰোজ খানৰ (Saroj khan) মৃত্যু। নিশা মুম্বাইৰ বান্দ্ৰাত এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় জনপ্ৰিয় কৰিঅগ্ৰাফাৰ সৰোজ খানৰ ( Choreographer saroj khan )। যোৱা কেইদিনমানৰ পৰা অসুস্থ হৈ আছিল সৰোজ খান। ৭২ বছৰ বয়সত মৃত্যুক আকোঁৱালি ল'য় কৰিঅগ্ৰাফাৰ সৰোজ খানে।
 |
| Saroj Khan image by social media |
২০০ ৰো অধিক ছবিত কাম কৰিছিল সৰোজ খানে। মাধুৰী দিক্ষীত অভিনীত এক-দো-তিন জনপ্ৰিয় গীতটিতো কৰিঅগ্ৰাফ কৰিছিল সৰোজ খানে। নিজৰ কৰ্মদক্ষতাৰ কাৰনে ৩ বাৰকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল সৰোজ খানে। সৰোজ খানৰ মৃত্যুত সমগ্ৰ বলীউডত শোকৰ ছাঁ পৰিছে।
0 Comments