বিতৰ্কত কণ্ঠশিল্পী জুবিন গাৰ্গ। ৰাজ্যিক মহিলা আয়োগে ৰুজু কৰিলে গোচৰ। Zubeen Garg Controversy in Prag Cine Awards 2021, Assamese news.

 বিতৰ্কত কণ্ঠশিল্পী জুবিন গাৰ্গ। ৰাজ্যিক মহিলা আয়োগে ৰুজু কৰিলে গোচৰ। Zubeen Garg Controversy in Prag Cine Awards 2021, Assamese news.

Zubeen Garg Controversy


আকৌ বিতৰ্কত সোমাই পৰিছে কণ্ঠশিল্পী জুবিন গাৰ্গ (Zubeen Garg)। জনপ্ৰিয় অসমীয়া নিউজ চেনেল প্ৰাগ নিউজ (Prag News) ৰ Prag  Cine Awards 2021 অনুস্থানত উপস্থিত আছিল অসমৰ বহুতো জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰ লগতে বলীউডৰ অভিনেত্ৰী মলাইকা অৰোৰা (Malaika Arora),

Zubeen Garg prag Cine Awards 2021 image


Prag Cine Awards 2021অনুস্থানত উপস্থিত আছিল কণ্ঠশিল্পী জুবিন গাৰ্গো। অনুস্থানৰ মাজতে অভিনেত্ৰী নিশিতা গোস্বামীয়ে জুবিন গাৰ্গৰ লগত জনপ্ৰিয় অসমীয়া ছবি "মন যায়" (Mon Jai) আৰু "দীনবন্ধু" ত অভিনয় কৰাৰ কথা উল্লেখ কৰে। আৰু সেই সময়তে জুবিন গাৰ্গে নিশিতা গোস্বামীক ধেমালীতে এটা শব্দ কয়। লগে লগে জুবিন গাৰ্গৰ সেই ভিডিঅটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। 

Zubeen Garg image


 জুবিন গাৰ্গে (Zubeen Garg) নিশিতা গোস্বামীক অশ্লীল মন্তব্য কৰা বুলি দাবি জনায় ৰাজ্যিক মহিলা আয়োগে ৰুজু কৰিছে এটা গোচৰ। 


ভিডিঅ'টোত জুবিন গাৰ্গে নিশিতা গোস্বামী (Nishita Goswami) ক ধেমালী কৰিহে কথাষাৰ কৈছিল । ভিডিঅ'টো আপোনালোকে চাইছে যদি আপোনাৰ মতামত প্ৰকাশ কৰিব।


Post a Comment

0 Comments