কৰ'ণাত আক্ৰান্ত হৈ কণ্ঠশিল্পী ভিতালী দাসৰ দেহৱসান। Rip Assamese Singer Bhitali Das, assamese News.

 কৰ'ণাত আক্ৰান্ত হৈ কণ্ঠশিল্পী ভিতালী দাসৰ দেহৱসান। Rip Assamese Singer Bhitali Das, assamese News.

Rip bhitali das
Rip Bhitali das


 আক্ৰান্ত হৈ কণ্ঠশিল্পী ভিতালী দাসৰ (Bhitali das) দেহৱসান । সন্ধিয়া ৭ বাজি ৫ মিনিটত কালাপাহাৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৪১ বছৰ।  লতাশিলত বিহুৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি কৰ'ণাত আক্ৰান্ত হৈছিল ভিতালী দাস। আৰু ১৪ এপ্ৰিলত কালাপাহাৰ হাস্পতালত ভৰ্তি হয় চিকিৎসাধীন হৈ আছিল কণ্ঠশিল্পী গৰাকী। ভিতালী দাসৰ মাতৃ গৃহৰ সকলো লোক কৰ'ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। কণ্ঠশিল্পী ভিতালী দাসৰ মৃত্যুত সমগ্ৰ ৰাজ্যজুৰি এক শোকৰ ছাঁ পৰিছে। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰে প্ৰাৰ্থনা কৰিলো।


Post a Comment

0 Comments