Assamese News : বাদাম বাদাম দাদা কাচা বাদাম ভাইৰেল ভিডিঅ, Kacha Badam viral video Song, Badam badam dada kasa Badam viral song,

 Assamese News : বাদাম বাদাম দাদা কাচা বাদাম  ভাইৰেল ভিডিঅ, Kacha Badam viral video Song, Badam badam dada kasa Badam viral song, 

Badam badam dada kasa Badam viral video Song, kasa Badam video, Assamese News
Kacha Badam viral video Song


Assamese News : হঠাৎ চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ। ভিডিঅ'টোত এজন ব্যক্তিয়ে গীত গাই গাই বাদাম বিক্ৰী কৰি থকা দেখা গৈছে। আৰু ব্যক্তি জনে এটা নিজে গীত ৰচনা কৰি গাইছে আৰু বাদাম বিক্ৰী কৰি আছে। বাদাম বিক্ৰী কৰি আৰু বাদামৰ গীত গায় ভাইৰেল হৈ পৰিল এই ব্যক্তি জন। 


কাচা বাদাম ভাইৰেল গীতটোৰ আৰৰ ব্যক্তিজন কোন? Who is kasa Badam singer ?


Viral video Kasa Badam, who is kasa Badam singer?, Badam songs
Kasa Badam viral video image

ব্যক্তি জনৰ নাম হৈছে " ভূৱন বদ্যকাৰ" (bhuban badyakar) আৰু তেঁওৰ ঘৰ হৈছে পশ্চিমবগৰ বিৰভুম জিলাৰ কুৰালজুৰি গাওঁত।


 "ভূৱন বদ্যকাৰে " (Bhuban badyakar) গাঁৱে গাঁৱে গীত গায় বাদাম বিক্ৰী কৰে আৰু সেই গীত এতিয়া ভাইৰেল হৈ পৰিছে সমগ্ৰ বিশ্বতে। বলিউডৰ ডাঙৰ ডাঙৰ অভিনেতা-অভিনেত্ৰী সকলো এতিয়া এই ভাইৰেল গীতটোৰ বিষয়ে চৰ্চা কৰা দেখা পোৱা গৈছে।


Post a Comment

0 Comments