Happy Rongali Bihu 2022 images, Bohag Bihu best Wishes 2022 , Rongali bihu wishes in Assamese, বহাগ বিহু 2022 | ৰঙালী বিহু 2022,
Happy Rongali Bihu images 2022 |
পোন প্ৰথমে সমূহ অসমবাসী ৰাইজক অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আশা কৰোঁ এই ৰঙালী বিহুৰ (বহাগ বিহু) বতৰত যাতে সকলোৰে মন প্ৰাণ ৰঙীন হৈ পৰে তাৰে কামনা কৰিলো।
বহাগ বিহুৰ (ৰঙালী বিহু) কেইটামান শুভেচ্ছা ফটো আগবঢ়ালোঁ।
ৰঙালী বিহুৰ শুভেচ্ছা, Rongali bihu wishes 2022, Happy Rongali Bihu 2022 images,
ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ 2022 |
বহাগ বিহুৰ শুভেচ্ছা, Happy Bohag Bihu images 2022, Bohag Bihu wishes in Assamese, Bohag Bihu image,
বহাগ বিহুৰ শুভেচ্ছা জনালোঁ 2022 |
Bohag Bihu wishes in Assamese language, Rongali Bihu wishes in Assamese status, বহাগ বিহুৰ শুভেচ্ছাবাণী,
Bohag Bihu wishes 2022 |
বিহু কেইটা আৰু কি কি ? What is Bihu ?
Rongali bihu wishes in Assamese 2022 |
বিহু হৈছে তিনিটা। বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু । বহাগ বিহুক ৰঙালী, কাতি বিহুক কঙালী আৰু মাঘ বিহুক ভোগালী বিহু বুলি কোৱা হয়। বিহু আমাৰ গৌৰব বিহু আমাৰ প্ৰাণ , বিহু অসমীয়াৰ আয়ুস ৰেখা।
বহাগ মাথো এটি ঋতু নহয় নহয় ব’হাগ এটি মাহ অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণ জীৱনৰ ই সাহ। (ড° ভূপেন হাজৰিকা)
0 Comments