School Girls dance Viral video : মিনিস্কাৰ্ট পিন্ধি ছয় স্কুলীয়া ছাত্ৰীৰ উদ্যম নিত্য। হঠাৎ ঘটিল অঘটন । Assamese News.

School girls dance Viral video

School Girls Dance Viral Video : বৰ্তমান সময়ত চছিয়েল মিডিয়াত (Social media) এটা ভিডিঅ ভাইৰেল হৈ থকা দেখা পোৱা গৈছে। ভিডিঅ'টো এখন স্কুলৰ। 

বৰ্তমান সময়ত কোন কেতিয়া ভাইৰেল হৈ যায় ধৰিব নোৱাৰি । বিশেষকৈ ছোৱালী হলে টো কথাই নাই। চছিয়েল মিডিয়াত এটা ভিডিঅ বৰ্তমান ভাইৰেল হৈ আছে। ভিডিঅ'টো এখন স্কুলৰ। মিনিস্কাৰ্ট পিন্ধি ছয় স্কুলীয়া ছাত্ৰীৰ উদ্যম নিত্য প্ৰদৰ্শন চলি আছিল আৰু দৰ্শকে তেওঁলোকৰ নিত্য উপভোগ কৰি আছিল। নিত্য প্ৰদৰ্শন কৰি থকা সময়তে হঠাৎ ঘটিল অঘটন। ছাত্ৰী কেইগৰাকীয়েই নিত্য কৰি থকা অৱস্থাত ভাঙি গল মঞ্চখন আৰু লগে লগে এই ভিডিঅ'টো ভাইৰেল হৈ পৰে চছিয়েল মিডিয়াত।

ভাইৰেল ভিডিঅ : School Girls dance Viral video. 👉

Post a Comment

0 Comments