কণ্ঠশিল্পী লতা মংগেশকাৰৰ দেহাৱসান। Singer Lata Mangeshkar death news in Assamese, Lata Mangeshkar passed away, Rip lata mangeshkar,

 কণ্ঠশিল্পী লতা মংগেশকাৰৰ দেহাৱসান। Singer Lata Mangeshkar death news in Assamese, Lata Mangeshkar passed away, Rip lata mangeshkar,

কণ্ঠশিল্পী লতা মংগেশকাৰৰ দেহাৱসান। Singer Lata Mangeshkar death news in Assamese, Lata Mangeshkar passed away,
Lata Mangeshkar passed away

Lata Mangeshkar passed away: কণ্ঠশিল্পী লতা মংগেশকাৰৰ দেহাৱসান। বহু দিনৰ পৰা অসুস্থ হৈ আছিল কণ্ঠশিল্পী লতা মংগেশকাৰ। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯২ বছৰ। খবৰ অনুসৰি ৰাতিপুৱা প্ৰায় ৮:১২ বজাত শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পী লতা মংগেশকাৰে। মুম্বাইৰ ব্ৰিজ কেণ্ডি হস্পিতালত প্ৰায় এমাহ ধৰি চিকিৎসা হৈ আছিল শিল্পীগৰাকী। তেখেতৰ আত্মাই যাতে স্বৰ্গত স্থান পাই তাৰে কামনা কৰিলো।

Post a Comment

0 Comments