Viral video : বৰষুণৰ পানীৰ লগত আকাশৰ পৰা পৰিল অন্য গ্ৰহৰ প্ৰাণী ? ভাইৰেল ভিদিঅ।

 Viral video : বৰষুণৰ পানীৰ লগত আকাশৰ পৰা পৰিল অন্য গ্ৰহৰ প্ৰাণী ? ভাইৰেল  ভিদিঅ।

Viral video : বৰষুণৰ পানীৰ লগত আকাশৰ পৰা পৰিল অন্য গ্ৰহৰ প্ৰাণী ? ভাইৰেল  ভিদিঅ।
Assamese News

বৰ্তমান সময়ত চছিয়েল মিডিয়াত যিকোনো বস্তু ভাইৰেল হৈ পৰা দেখা পোৱা গৈছে । এই ইণ্টাৰনেটৰ জগতত সমগ্র বিশ্বৰ খবৰ প্ৰতিমূহুৰ্তত অতিসহজে জানিব পৰা হৈছে। বৰ্তমান সময়ত চছিয়েল মিডিয়াত এটা ভিদিঅ ভাইৰেল হৈ পৰিছে। বৰষুণৰ পানীৰ লগত আকাশৰ পৰা এটা বেলেগ ধৰণৰ প্ৰাণী পৰা বুলি ভিদিঅ টোত দেখুওৱা হৈছে। ভিদিঅটো দেখাৰ পিছত বহুতে  ইয়াক অন্য গ্ৰহৰ প্ৰাণী বুলি কৈছে ।

ভিদিঅটোত দেখা এই বিশেষ প্ৰাণীটো কোনো ধৰণৰ লৰ চৰ কৰা দেখা পোৱা নাই। জানিব পৰামতে বহুদিন একেৰাহে বৰষূণ দিয়াৰ পিছত ৰাস্তাৰ কাষত এনেদৰে বৰষূণৰ পানীৰ লগত এই বিশেষ প্ৰাণীটো পৰি থকা দেখা পোৱা গৈছে। হৈতো এয়া কোনো ধৰণৰ নতুন জীৱ ও হ'ব পাৰে  যাক আগতে কোনেও দেখা নাই। বৰ্তমান সময়ত চছিয়েল মিডিয়াত বহুলভাৱে চৰ্চা হৈ আছে এই প্ৰাণীটোৰ বিশয়ে।

ভিদিঅ চাওক : Watch Video

Post a Comment

0 Comments