দ্য কাশ্মীৰ ফাইলছ ' প্ৰদৰ্শনীত বাধা অসমত। The Kashmir Files, New Hindi Movie The Kashmir Files 2022, Assamese News,

The Kashmir Files New Hindi Movie 2022

অসমত ' দ্য কাশ্মীৰ ফাইলছ '(The Kashmir Files)  প্ৰদৰ্শনীত বাধা দিয়াৰ অভিযোগ , কাশ্মিৰী পণ্ডিত সকলৰ ওপৰত চলা নির্যাতনক লৈ নিৰ্মাণ কৰা হৈছে চিনেমাখন । অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰি প্ৰত্যেক হিন্দুকে ছবি ঘৰলৈ যায় চিনেমাখন চাবলৈ আহ্বান জনাই চিনেমাহলৰ মালিক সন্থাই | অনা অসমীয়া লবীৰ বাবেই অসমৰ বহু হলত 'দ্য কাশ্মীৰ ফাইলছ '(The Kashmir Files) প্ৰদৰ্শন নোহোৱাৰ অভিযোগ ।

সংবাদমেলযোগে ক্ষোভ উজাৰিলে সদৌ অসম চিনেমা হল মালিক সন্থাই। 

Post a Comment

0 Comments