অগ্নিপথ ' আঁচনি খনৰ অধীনত নিযুক্তি লাভ কৰা অগ্নিবীৰ সকলে ৪ বছৰ পিছত কি কি সুবিধা লাভ কৰিব ?

 অগ্নিপথ ' আঁচনি খনৰ অধীনত নিযুক্তি লাভ কৰা অগ্নিবীৰ সকলে ৪ বছৰ পিছত কি কি সুবিধা লাভ কৰিব ?

Agnipath, অগ্নিপথ আঁচনি ২০২২,
Agnipath অগ্নিপথ

কেন্দ্ৰীয় চৰকাৰে সশস্ত্র বাহিনীৰ তিনিওটা বিভাগতে ' অগ্নিপথ ' শীর্ষক আঁচনিখনৰ অধীনত নিযুক্তি প্ৰদান কৰিব । ৪ বছৰ ' অগ্নিবীৰ ' হিচাপে সেৱা আগবঢ়োৱাৰ অন্তত ' অগ্নিবীৰ' সকলে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সুবিধা লাভ কৰিব ।

অগ্নিপথ =  অগ্নিবীৰ সকলে ৪ টা বৰ্ষৰ পাছত কি কি সুবিধা লাভ কৰিব ? 

বহুসংখ্যকে সশস্ত্র বাহিনীত স্থায়ী কেডাৰ হিচাপে নিযুক্তি লাভ কৰিব 

আৰু ইয়াৰ বাহিৰে অন্যসকলে লাভ কৰিব  প্রায় ১২ লাখ টকালৈকে বিত্তীয় পেকেজ । আৰু জীৱন উদ্যোগী হোৱাৰ আকাংক্ষা থকাসকলক বেংক ঋণৰ আঁচনিত পাব অগ্ৰাধিকাৰ ।

অধিক অধ্যয়ন প্রত্যাশীসকলৰ বাবে দ্বাদশ শ্রেণী বা সমপৰ্যায়ৰ প্ৰমাণ পত্ৰ আৰু সমন্বিত পাঠক্রম ( নিজৰ পছন্দ সাপেক্ষে ) 

ইচ্ছুক অগ্নিবীৰ সকলক কেন্দ্ৰীয় সশস্ত্র আৰক্ষী বাহিনী , আছাম ৰাইফলছ আৰু বিভিন্ন ৰাজ্যৰ আৰক্ষী আৰু সংযুক্ত বাহিনীত অগ্রাধিকাৰ, 

অভিযান্ত্রিক , যান্ত্রিক , আইন - শৃংখলা আদি বিভিন্ন দিশত কাৰিকৰী দক্ষতা আৰু কৰ্ম অভিজ্ঞতা দক্ষতাসম্পন্ন আৰু নিয়মানুৱৰ্তী অগ্নিবীৰক গুৰু উদ্যোগ আৰু খণ্ড ( তথ্য - প্রযুক্তি , নিৰাপত্তা , অভিযান্ত্রিক আদি ) সমূহে নিয়োগত শ্রেয় প্ৰদানৰ ঘোষণা অন্তিম তথা গুরুত্বপূর্ণ প্রাপ্তি এজন সশস্ত্র বাহিনীৰ জোৱানৰ আত্মবিশ্বাস।

Post a Comment

0 Comments