অসমত চলমান খান আৰু শ্বাহৰুখ খানৰ কেৰিয়াৰ শেষ কৰিব জুবিন গাৰ্গে । Assamese New Film DR Bezbaruah 2,

 অসমত চলমান খান আৰু শ্বাহৰুখ খানৰ কেৰিয়াৰ শেষ কৰিব জুবিন গাৰ্গে । Assamese New Film DR Bezbaruah 2,

অসমত চলমান খান আৰু শ্বাহৰুখ খানৰ কেৰিয়াৰ শেষ কৰিব জুবিন গাৰ্গে । Assamese New Film DR Bezbaruah 2,

জুবিন গাৰ্গৰ এটা মন্তব্যৰ পিছতে এতিয়া খলকনি লাগিছে বলিউডত। জুবিন গাৰ্গৰ বাবে  চলমান খান আৰু শ্বাহৰুখ খানৰ কেৰিয়াৰ শেষ হব নেকি অসমত। শ্বাহৰুখ খানৰ নতুন ছবি পাঠান (Pathan) ৰ মুক্তিৰ লগে লগে অসমত মুক্তি লাভ কৰিছিল নতুন অসমীয়া ছবি ডক্তৰ বেজবৰুৱা ২ (Dr Bezbaruah 2)। অসমত শ্বাহৰুখ খানৰ " পাঠানৰ "জনপ্ৰিয়তাৰ লগে লগে অসমীয়া ছবি "ডক্তৰ বেজবৰুৱা ২"ছবিখনো ৰাইজে আঁকোৱালি লৈছে। 

জুবিন গাৰ্গৰ জনপ্ৰিয় অসমীয়া ছবি "মিছন চাইনা", কাঞ্চনজংঘা আৰু যতীন বৰাৰ অসমীয়া ছবি ৰত্নাকৰৰ পিছত " ডক্তৰ বেজবৰুৱা ২ " ছবিখনে  অসমীয়া ছবি জগতত এক সুকীয়া স্থান লাভ কৰিছে। 

চলিত বৰ্ষতে বলীউডৰ ভাইজান চলমান খান ৰ দুখনকৈ হিন্দী ছবি মুক্তি লাভ কৰিব। তাকে লৈ জুবিন গাৰ্গে এটা মন্তব্য আগবঢ়ায় যে মুম্বাইৰ পৰা আৰু অসমৰ ফালে মূৰ দাঙি নচোৱাই ভাল হব শ্বাহৰুখ খান আৰু চলমান খানে । কাৰণ অসমত এতিয়া জুবিন গাৰ্গে অসমীয়া ছবি বনাব আৰু অসমীয়া ৰাইজে দৌৰি দৌৰি চাব যাব। অসমত চলমান খানে চিনেমা মুক্তি দিয়াৰ আগতে দহবাৰ ভাবক বুলিও প্ৰকাশ কৰে জুবিন গাৰ্গে। জুবিন গাৰ্গৰ এই মন্তব্যৰ পিছতে এতিয়া চছিয়েল মিডিয়াত এক আলোড়নৰ সৃষ্টি কৰিছে।


Post a Comment

0 Comments