মাঘ বিহুৰ শুভেচ্ছা, Happy Magh Bihu 2024, Bhogali Bihu images 2024, best wishes magh Bihu 2024,

 মাঘ বিহুৰ শুভেচ্ছা, Happy Magh Bihu 2024, Bhogali Bihu images 2024 (ভোগালী বিহু 2024) best wishes magh Bihu 2024,

মাঘ বিহুৰ শুভেচ্ছা, Happy Magh Bihu 2024, Bhogali Bihu images 2024
Bhogali Bihu 


পোন প্ৰথমে সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ (Bhogali Bihu) বহুত বহুত শুভেচ্ছা জনালোঁ। (মাঘ বিহু) magh Bihu images 2024,

বিহু বুলি কলে সকলোৰে মন প্ৰাণ ৰঙীন হৈ পৰে। বিহু অসম তথা অসমীয়াৰ গৌৰৱ । বিহু হৈছে তিনিটা : বহাগ বিহু,(Bohag bihu) কাতি বিহু (Kati Bihu) আৰু মাঘ বিহু (Magh Bihu)। বহাগ বিহু ৰঙালী (Rongali bihu) কাতি বিহু কঙালী (Kongali bihu) আৰু মাঘ বিহুক ভোগালী (Bhogali bihu) বুলি কোৱা হয়।


মেজি কি? (Meji)  What is Meji ? Magh Bihu Meji Images 2024, Bhogali Bihu,

মাঘ বিহুৰ শুভেচ্ছা, Happy Magh Bihu 2024, Bhogali Bihu images 2024
মেজি 


মেজি হৈছে মাঘ বিহুত (Magh Bihu) জ্বলাবলৈ তৈয়াৰ কৰা কাঠ বা খেৰৰ ওখ দ'ম। বহু ঠাইত  মেজি (Meji) নৰা, কলগছৰ শুকান পাত, বাঁহ আদিৰে তৈয়াৰ কৰে আৰু বহু ঠাইত কাঠ-বাঁহ আদিৰেও তৈয়াৰ কৰা দেখা যায়। মাঘ বিহুত মেজি জ্বলাই অগ্নি দেৱতাক পূজা কৰা হয়। ইয়াৰ পৰা বিভিন্ন অপায়-অমঙ্গল দূৰ হয় বুলি বিশ্বাস কৰা হয়।


ভেলাঘৰ  কি ? (Bhelaghar) What is Bhelaghar ?

মাঘ বিহুৰ শুভেচ্ছা, Happy Magh Bihu 2024, Bhogali Bihu images 2024
ভেলাঘৰ 


ভোগালী বিহুৰ (bhogali Bihu) উৰুকাৰ (Uruka) নিশা সকলোৱে মিলি ভেলাঘৰত  জুতিৰে এসাজ ভোজ ভাত খাই আনন্দ উৎসাহ কৰা হয়। এই ভেলাঘৰটো বাঁহ, নৰা আৰু কলগছৰ শুকান পাত আদিৰে বনোৱা হয়।


Post a Comment

0 Comments