Pushpa আৰু Himanta bishwa sharma ৰ এটা মিল। Assamese Story on Himanta bishwa sharma and Pushpa,
পুষ্পা চিনেমাখনৰএটা গুৰুত্বপূর্ণ দৃশ্যত শ্ৰিৱল্লীয়ে পুষ্পাক কয় যে MLAৰ লগত এটা ফটো উঠিব লাগিব। ফটো উঠিলে পুষ্পাৰ সন্মান আৰু সমাজত স্থান দুয়োটা বৃদ্ধি পাব।
শ্ৰিৱল্লীৰ কথা শুনি পুষ্পা MLAৰ ওচৰলৈ যায়, কিন্তু MLAয়ে স্পষ্টকৈ পুষ্পাৰ লগত ফটো উঠিবলৈ অস্বীকাৰ কৰে। MLAৰ মনত আছিল পুষ্পা তেওঁৰ সমান নহয় আৰু তাৰ লগত ফটো উঠিলে নিজৰ ইমেজ বেয়া হৈ যাব।
এই কথাটো পুষ্পাৰ মনত বহুত বেয়া লাগে, কিন্তু পুষ্পা হাৰ মানি নাথাকে। নিজৰ বুদ্ধি আৰু শক্তিৰ জৰিয়তে তেওঁ পৰিস্থিতি এনে ধৰণে ঘূৰাই দিয়ে যে শেষত সেই MLAয়ে নিজে পুষ্পাৰ লগত ফটো উঠিব লগা হয়।
এই দৃশ্যই পুষ্পাৰ আসল মনোভাৱ আৰু শক্তি দেখুৱাই। কিন্তু ইয়াত একেটা গুৰুত্বপূর্ণ কথা আছে — পুষ্পাই এই কামটো কৰিলে কাৰণ তেওঁ নিজৰ ঘৈণীৰ কথা শুনিছিল।
এই ঘটনাই আমাক শিক্ষা দিয়ে —
👉 প্ৰত্যেক পুৰুষে নিজৰ ঘৈণীৰ কথা শুনিব লাগে আৰু তেওঁক সন্মান দিব লাগে।
ঘৰত শান্তি আৰু সন্মান বজাই ৰাখিবলৈ স্ত্ৰীৰ পৰামৰ্শ গুৰুত্বপূৰ্ণ। পুষ্পাই শ্ৰিৱল্লীৰ কথা মানি নিজেও ডাঙৰ হ’ল আৰু সমাজৰ আগত নিজৰ মূল্য দেখুৱাব পাৰিলে।
সেইকাৰণে আমাৰ মামা হিমন্ত বিশ্ব শৰ্মা চাৰে কৈছে ঘৰত মহিলাৰ কথা শুনিব লাগে বুলি।
(পোষ্টটো পঢ়ি যদি ভাল পাইছে তেনেহলে মোক follow কৰিব আৰু পোষ্টটো share কৰি দিব । ধন্যবাদ )
0 Comments