অনলাইন টকা উপাৰ্জন কেনেকৈ কৰিব পাৰি ? How to earn money online? Assamese blogs.

অনলাইন টকা উপাৰ্জন কেনেকৈ কৰিব পাৰি ? How to earn money online? Assamese blogs.

অনলাইন টকা উপাৰ্জন কেনেকৈ কৰিব পাৰি ? How to earn money online? Assamese blogs.
How to earn money online

বৰ্তমান সময়ত অনলাইন টকা উপাৰ্জন কৰা অতিকৈ সহজ হৈ পৰিছে। আপোনাৰ হাতত যদি এটা ভাল স্মাৰ্টফোন আছে তেনেহলে আপুনি ইয়াৰ পৰাই আৰম্ভ কৰিব পাৰে। আৰু ইয়াৰ বাবে মাত্ৰ আপোনাৰ ধৈৰ্য আৰু ক্ষমতাৰ প্ৰয়োজন। বৰ্তমান সময়ত বহু যুৱক-যুৱতীয়ে অনলাইন টকা উপাৰ্জন কৰি আছে।

অনলাইন উপাৰ্জন কেনেকৈ কৰিব পাৰি ? How to make money online?

১/ আপুনি যদি ধুনিয়াকৈ কথা কব আৰু বুজাব পাৰে তেনেহলে আপুনি এটা ইউটিউব চেনেল বনায় তাত মানুহে কিছুমান শিকিবলগীয়া কথা কৈ ভিডিঅ আপলোড কৰিও টকা উপাৰ্জন কৰিব পাৰি।

আপুনি কি কৰি ভাল পায় বা আপোনাৰ কি বিষয়ত অভিজ্ঞতা আছে প্ৰথমে আপুনি সেইতো নিৰ্ধাৰণ কৰক আৰু আপুনি  সেই বিষয়ে ৰাইজৰ মাজলৈ ভিডিঅ আকাৰে প্ৰস্তুত কৰি ইউটিউবত আপলোড কৰি Google AdSense ব্যৱহাৰ কৰি অনলাইন টকা উপাৰ্জন কৰিব পাৰে।

২/ বৰ্তমান সময়ত আপুনি ৱেবছাইট (Website) বনাইও অনলাইন টকা উপাৰ্জন কৰিব পাৰে। গুগলত ব্লগ ৱেবছাইট বনাই তাত কিছুমান  ভাল ভাল প'ষ্ট লিখিও অনলাইন টকা উপাৰ্জন কৰিব পাৰি। নিউজ ৱেবছাইট (News website), চৰকাৰী চাকৰি ৱেবছাইট (gov Job website) আৰু বহু ধৰনৰ ব্লগ ৱেবছাইট বনাই Google AdSense Ads লগাই অনলাইন টকা উপাৰ্জন কৰিব পাৰে।

3/ Amazon affiliate programৰ পৰাও বহুতে অনলাইন টকা উপাৰ্জন কৰি থকা দেখা গৈছে। আপোনাৰ যদি এটা ইউটিউব চেনেল , ব্লগ ৱেবছাইট বা ফেচবুক পেজ আছে তেনেহলে Amazon affiliate marketing কৰিও ধন উপাৰ্জন কৰিব পাৰে। ব্লগ ৱেবছাইটোত Amazon affiliate ৰ Link share কৰক আৰু এই লিংকৰ পৰা যদি কোনোবাই কিছুমান সামগ্ৰী ক্ৰয় কৰে তেনেহলে আপুনি ইয়াৰ পৰাও টকা উপাৰ্জন কৰিব পাৰিব আৰু বহুতে কৰিও আছে।

( অনলাইন টকা উপাৰ্জন কৰিব হলে আপোনাৰ ধৈৰ্য আৰু অভিজ্ঞতাৰ প্ৰয়োজন হব )

Post a Comment

0 Comments