ব্লগ কি আৰু ব্লগাৰ মানে কি ? What is Blog and blogger ? How to make money Blogger? Blog in Assamese,

 ব্লগ কি? আৰু ব্লগাৰ  মানে কি? ব্লগৰ জৰিয়তে টকা কেনেকৈ উপাৰ্জন কৰিব পাৰি?  What is Blog and Blogger ? How to make money Blogger ?

ব্লগ আৰু ব্লগাৰ মানে কি ? What is Blog and blogger ? Blog in Assamese,
What is Blog in Assamese


অসমীয়া ব্লগ : আপোনাৰ যদি কিবা এটা বিষয়ৰ ওপৰত সম্পূৰ্ণ জ্ঞান আছে আৰু সেই বিষয়টোৰ বিষয়ে যদি সম্পূৰ্ণ তথ্য লিখি ইণ্টাৰনেটৰ জৰিয়তে মানুহৰ মাজত প্ৰকাশ কৰে তাকে ব্লগ (Blog) বুলি কোৱা হয়। আৰু যিয়ে ব্লগ লিখে তেওঁক ব্লগাৰ (Blogger) বুলি কোৱা হয়।


ব্লগ ৱেবচাইট কেনেকৈ বনাব পাৰি? How to Create Blog website ? Blog in Assamese,


ইণ্টাৰনেটত আপুনি আপোনাৰ ব্লগ ৱেবচাইট (Blog Website)  ফ্ৰী বা পইচা খৰচ কৰিও বনাব পাৰে। আপুনি গুগল ৰ দ্বাৰা ফ্ৰীতে blogspot.com domain ব্যবহাৰ কৰি আপোনাৰ ফ্ৰী ব্লগ ৱেবচাইট (free blog website) বনাব পাৰে। আৰু পইচা খৰচ কৰিও wordpress ত আপোনাৰ ৱেবছাইট বনাব পাৰিব। যদি আপুনি বহুত সময় ব্লগ ৱেবচাইটৰ (Blog Website) জৰিয়তে টকা উপাৰ্জন কৰিব বিচাৰিছে তেনেহলে আপুনি wordpress ত অলপ টকা খৰছ কৰি এটা ৱেবছাইট বনাব পাৰে।

ব্লগ আৰু ব্লগাৰ মানে কি ? What is Blog and blogger ? Blog in Assamese,
How to Create Blog website

গুগলত ব্লগ ৱেবছাইট কেনেকৈ বনাব ? How to make Blog Website in Google ? Free Blogging Tips,


গুগলত ব্লগ ৱেবছাইট (Google Blog website)  বনাবলৈ হলে প্ৰথমে আপোনাৰ এটা গুগল একাউণ্ট (Google account) থাকিব লাগিব। তাৰ পিছত আপোনাৰ ফোন বা কম্পিউটাৰ ত যিকোনো এটা ৱেব ব্ৰাউজাৰত যায় টাইপ কৰক Blogger আৰু তেতিয়া Blogger ত দেখিব create account,


Create account ত click কৰি আপুনি আপোনাৰ ৱেবচাইটৰ নাম আৰু কিছুমান settings কৰি এটা ব্লগ ৱেবছাইট বনাব পাৰিব।


বৰ্তমান সময়ত বহুতে ইণ্টাৰনেটৰ জৰিয়তে টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ফেচবুক, ইউটিউব আৰু ব্লগ ৰ জৰিয়তে ও বহুতে ইণ্টাৰনেটত টকা উপাৰ্জন কৰি আছে।


ব্লগৰ পৰা কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি ? How to earn money Blog ?


ব্লগৰ জৰিয়তে আপুনি কেনেকৈ টকা উপাৰ্জন কৰিব পাৰিব জানো আহক। ব্লগৰ জৰিয়তে টকা উপাৰ্জন কৰিবলৈ হলে কিবা এটা বিষয়ৰ ওপৰত আপোনাৰ সম্পূৰ্ণ জ্ঞান থকাটো উচিত। ইণ্টাৰনেটত যদি মানুহে কিবা এটা বস্তুৰ বিষয়ে জানিব বিচাৰিছে আৰু যদি সেই বস্তুটোৰ সম্পুৰ্ণ তথ্য দিব পাৰিছে তেনেহলে আপোনাৰ ব্লগ পঢ়িবলৈ বহুত মানুহ আহিব আৰু তেতিয়া তেওঁলোকক আপুনি আপোনাৰ ব্লগৰ লগতে  কিছুমান বিজ্ঞাপন (ads) দেখুৱায় বা affiliate marketing কৰিও টকা উপাৰ্জন কৰিব পাৰিব। (ব্লগৰ জৰিয়তে বিজ্ঞাপন দেখুৱাবৰ বাবে আপোনাৰ এটা adsense account থাকিব লাগব )


ব্লগ ৱেবছাইটত বিজ্ঞাপন  কেনেকৈ দেখুৱাব পাৰি? How to show ads on blog website? Blog website in Assamese,


আপোনাৰ ব্লগ ৱেবছাইটত (blog website) গুগলৰ বিজ্ঞাপন (Google ads) দেখুৱাবৰ কাৰণে  প্ৰথমে আপোনাৰ Google Adsense account approved হ'ব লাগিব তেতিয়াহে আপোনাৰ ব্লগ ৱেবছাইটত গুগলৰ বিজ্ঞাপন দেখিব পাব । Google Adsense account approved হ'বৰ বাবে আপুনি আপোনাৰ ব্লগ ৱেবছাইটত নিজে কিছুমান ভাল ভাল ব্লগ প'ষ্ট লিখিব লাগিব। অতিকমেও  ২০ ৰ পৰা ২৫ টা ভাল ভাল ব্লগ লিখিব লাগিব তেতিয়াহে google adsense approved হ'ব । মনত ৰাখিব বেলেগৰ পৰা যাতে copy কৰা নহয় প'ষ্ট বোৰ। বেলেগৰ পৰা copy কৰিলে adsense approved নহব।


Affiliate marketing কৰি টকা কেনেকৈ উপাৰ্জন কৰিব পাৰি? How to make money affiliate marketing ? Affiliate marketing in Assamese,


ইণ্টাৰনেটত যদি মানুহে কিবা এটা বস্তুৰ বিষয়ে জানিব বিচাৰিছে আৰু যদি সেই বস্তুটোৰ সম্পুৰ্ণ তথ্য আপুনি দিব পাৰিছে তেনেহলে আপোনাৰ ব্লগ পঢ়িবলৈ বহুত মানুহ আহিব আৰু তেতিয়া তেওঁলোকক আপুনি আপোনাৰ ব্লগৰ জৰিয়তে affiliate marketing কৰিও টকা উপাৰ্জন কৰিব পাৰিব। আপুনি যদি কিবা এটা বস্তুৰ  ওপৰত কিবা এটা ব্লগ লিখিছে তেনেহলে সেই ব্লগত affiliate লিংক দিব পাৰে আৰু তাৰ পৰা যদি কোনোবাই কিবা এটা কিনে তেনেহলে তাৰ পৰা আপোনাৰ ও কিবা এটা উপাৰ্জন হ'ব । বৰ্তমান সময়ত বহুতে ইণ্টাৰনেটৰ জৰিয়তে ব্লগ ৱেবছাইটত Google Adsense ads লগাই বা affiliate marketing কৰি লাখ লাখ টকা উপাৰ্জন কৰি আছে।


(আপুনি যদি আমাৰ এই ব্লগ'টো পঢ়ি ভাল পাইছে তেনেহলে আপোনাৰ মতামত দিবলৈ নাপাহৰিব। ধন্যবাদ,)


Post a Comment

0 Comments