নলবাৰীত অবৈধ প্ৰেমৰ পৰিনীতি হিন্দু যুৱকে পলুৱাই আনিলে মুছলমান মহিলা।

নলবাৰীত এজন হিন্দু ব্যক্তিয়ে  পলোৱাই আনিলে মুছলমান সম্প্ৰদায়ৰ মহিলা।


সমগ্ৰ অসমতে লাভ জেহাদৰ ওপৰত ন ন খৱৰ ওলাই থকাৰ সময়তে নলবাৰীত হিন্দু ধর্মৰ এজন মানুহে পলোৱাই আনিলে এগৰাকী মুছলমান মহিলা।

পত্নীৰ মৃত্যু হোৱা বুলি মিছা কথা কৈ হৰেন কুমাৰ নামৰ ব্যক্তিজনে তেওৰ নামতো ছাইদুল বুলি পৰিচয় দি প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল স্বামীহাৰা  মহিলা গৰাকীৰ সৈতে। জানিব পৰা মতে মহিলা গৰাকীৰ এটা কন্যা সন্তানো আছে।

অৱশেষত হৰেন কুমাৰ নামৰ ব্যক্তিজনে মহিলা গৰাকীক ভূৱা পৰিচয় দি পলুৱাই আনি ৰাইজৰ ৰোষত পৰে আৰু সৃষ্টি হৈ উত্তপ্ত পৰিস্থিতিৰ। অৱশেষত আৰক্ষী ওপষ্ঠিত হৈ পৰিৱেশ নিয়ন্ত্ৰন কৰে ।


Post a Comment

0 Comments