ভাৰতত নিষিদ্ধ হ'বনে চীনা সামগ্ৰী ? Boycott Chinese Products , Tiktok banned in India, Assamese news.

ভাৰতত নিষিদ্ধ হ'বনে চীনা সামগ্ৰী ?  Boycott Chinese Products , Tiktok banned in India, Assamese news.

Boycott Chinese products in India, Boycott Chinese apps, Boycott Chinese products,
Boycott Chinese products 


লাডাখ  সীমান্তত ভাৰত আৰু চীনৰ মাজত সংঘাতৰ পিছতে চীনৰ বিৰুদ্ধে গৰজি উঠিছে সমগ্ৰ দেশবাসী। চীনৰ পৰা ভাৰতলৈ অহা সকলো চীনা সামগ্ৰী বৰ্জনৰ সিদ্ধান্ত লৈছে ৰাইজে। অসমতো আৰম্ভ হৈছে চীনা সামগ্ৰী বৰ্জন পৰ্ব।

ভাৰতীয় বানিজ্যিক সংগঠন confederation of all india traders ছে ভাৰতত চীনা সামগ্ৰী বৰ্জন কৰি ভাৰতত নিৰ্মিত সামগ্ৰীসমূহ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।

Chinese products, Boycott Chinese products in India, products images,
Products images

আপুনি জানেনে আপোনালোকৰ ঘৰত কিমান চীনৰ সামগ্ৰী আছে । আপোনালোকে ব্যৱহাৰ কৰা  ঘড়ী, বস্ত্ৰ, গহনা, ষ্টেচনাৰী সামগ্ৰী, কাগজ, বাল্ব, ইলেক্ট্ৰনিক সামগ্ৰী, প্লাষ্টিকৰ বাচন, মবাইল, টিভিৰ লগতে দেৱালী আৰু হোলীত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ  চীনৰ পৰাই ক্ৰয় কৰা। ৫০০ ৰো অধিক সামগ্ৰী চীনৰ পৰাই ভাৰতলৈ আহে। আপুনি -আমি বেছিভাগ ভাৰতীয়াই ৰাতিপুৱা শুই উঠাৰ পৰা আৰম্ভ কৰি ৰাতি শুৱালৈ কিমান যে চীনৰ সামগ্ৰী ব্যৱহাৰ কৰো তাৰ কোনো হিচাপ নাই।

Tiktok ban in India, Boycott Tiktok in India, Tiktok ratings down in India, Boycott Chinese apps,
Tiktok ratings down in India

কেইদিনমান আগতে ভাৰতত চীনৰ এপ টিক'টক নিষিদ্ধ (Tiktok banned in india) কৰিবলৈও বহুত চেষ্টা কৰা হৈছিল। Google playstor ত টিক'টকৰ ৰেটিং বহুত কমি গৈছিল যদিও গুগলে কিছুমান Review ডিলিট কৰি দিয়ে আৰু টিক'টকক পুনৰ আগৰ স্থানলৈ লৈ যায়।

টিক'টকৰ (TIKTOK) লগতে আৰু বহুতো চীনৰ এপ ভাৰতীয় মানুহে ব্যৱহাৰ কৰি আছে আৰু সেইবাবে ভাৰতৰ বহু তথ্য (DATA) চীনৰ হাতলৈ যায় আছে। গতিকে সকলোৱে সাৱধান হ‌ওক আৰু চীনৰ এপ সমূহ ডিলিট (Uninstall Chinese apps) কৰি ভাৰতৰ ডাটা যাতে চীনে সংগ্ৰহ কৰিব নোৱাৰে তাৰে ব্যৱস্থা কৰক।

আপুনি - ম‌ই জানো যে ভাৰতীয় সামগ্ৰীসমূহৰ মূল্য চীনা সামগ্ৰীতকৈ অলপ বেছি। গতিকে সাধাৰণ গ্ৰাহকে সদায় কম মূল্যতে বস্তূ ক্ৰয় কৰিব বিচাৰে।  তথাপিও ভাৰতীয় বানিজ্যিক সংগঠন confederation of all india traders ছে চীনা সামগ্ৰী বৰ্জন কৰাৰ হুংকাৰ দিছে যিহেতু এইক্ষেত্ৰত চীনৰ আৰ্থিক অৱস্থা দূৰ্বল হোৱাৰ আশা কৰা গৈছে।

Post a Comment

0 Comments