Airtel ৰ গ্ৰাহকৰ বাবে সুখৱৰ। এটা ৰিচাৰ্ছজকে ব্যৱহাৰ কৰিব পাৰিব ৫ জন লোকে। airtel my family plan postpaid details, Airtel postpaid family plan 999,five users will be able to use one plan, assamese news.

Airtel ৰ গ্ৰাহকৰ বাবে সুখৱৰ। এটা ৰিচাৰ্ছজকে ব্যৱহাৰ কৰিব পাৰিব ৫ জন লোকে। airtel my family plan postpaid details, Airtel postpaid family plan 999,five users will be able to use one plan, assamese news.

Airtel family postpaid plan, Airtel postpaid family plans, Airtel images, Airtel news in assamese,
Airtel image by social media

টেলিকম কোম্পানী Airtel য়ে গ্ৰাহকৰ বাবে প্ৰায়ে নতুন নতুন অফাৰ লৈ অহা দেখিবলৈ পোৱা যায়। Airtel য়ে গ্ৰাহকৰ বাবে এইবাৰ লৈ আহিছে এটা বিশেষ plans আৰু এই plans টোৰ নাম ৰাখিছে এয়াৰটেল পষ্টপেইড  ফেমিলি প্লান (airtel Postpaid family plan)

গ্ৰাহকে এই plan জৰিয়তে লাভ কৰিব আনলিমিটেড কলিংৰ ( unlimited calling ) ৰ লগতে পৰ্য্যাপ্ত পৰিমাণৰ ডাটা ( DATA ) আৰু প্ৰিমিয়াম এপ'চৰ Subscription,
গ্ৰাহকে এটা ৰিচাৰ্ছ কৰিলে তেওঁলোকৰ পৰিয়ালৰ ৫ জন ব্যক্তিয়ে ব্যৱহাৰ কৰিব পাৰিব এই প্লান।

Airtel family postpaid plan, Airtel postpaid family plans, Airtel image, Airtel postpaid plan,
Airtel image by social media

প্লান সমূহ এনেধৰনৰ

১/ এয়াৰটেলৰ ৭৪৯ টকাৰ Postpaid প্লান ( Airtel postpaid family plan 789 )। এই প্লানটো Family postpaid plan ৰ আটাইতকৈ সৰু pack হয়। এই প্লানত গ্ৰাহকে প্ৰতিমাহে ১২৫ জীবী (125 GB)  ডাটাৰ লগতে যিকোনো নেটৱৰ্কত আনলিমিটেড কলিং আৰু প্ৰিমিয়াম এপ'চৰ Subscription লাভ  কৰিব। পৰিয়ালৰ দুজন লোকে এই pack ব্যৱহাৰ কৰিব পাৰিব।

2/ এয়াৰটেলৰ ৯৯৯ টকাৰ Postpaid প্লান (airtel postpaid family plan 999)।  এই প্লানটো পৰিয়ালৰ বাবে অতিকৈ সুন্দৰ পেক।  এই প্লানত গ্ৰাহকে 150 GB ডাটাৰ লগতে যিকোনো নেটৱৰ্কত আনলিমিটেড কলিং আৰু  প্ৰিমিয়াম এপ'চৰ Subscribtion লাভ  কৰিব। পৰিয়ালৰ সমূহ লোকে এই pack টো ভগাই ল'ব পাৰিব।

৩/ এয়াৰটেলৰ ১,৫৯৯ টকাৰ Postpaid প্লান (airtel pospaid family plan 1,599)।  এই প্লানত গ্ৰাহকে 500 GB ডাটাৰ লগতে যিকোনো নেটৱৰ্কত আনলিমিটেড কলিং আৰু  প্ৰিমিয়াম এপ'চৰ Subscription লাভ  কৰিব। পৰিয়ালৰ দুজন লোকেহে এই pack টো ব্যৱহাৰ কৰিব পাৰিব।

Jio ই গ্ৰাহকলৈ আগবঢ়া‌ইছে নতুন প্লান । প্ৰতিদিনে ২ GB কৈ ডাটা পাব ৩৬৫ দিন।

Post a Comment

0 Comments