বিতৰ্কত অসমৰ এটা ফেচবুক পেজ আছামিজ অনলাইন। গ্ৰেপ্তাৰ হব পাৰে পেজটোৰ এডমিন ? Assamese online Facebook page controversy

বিতৰ্কত অসমৰ এটা ফেচবুক পেজ আছামিজ অনলাইন। গ্ৰেপ্তাৰ হব পাৰে পেজটোৰ এডমিন ?


অযোধ্যাৰ ৰাম মন্দিৰ আৰু বাবৰি মছজিদক লৈ বিতৰ্কিত প'ষ্ট কৰি  ইতিমদ্ধে ৭০ জনৰো অধিক লোক গ্ৰেপ্তাৰ হৈছে। উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দানৰ পিছতে দেশত কিছুমান দুষ্টলোকে ছ'চিয়েল মিডিয়াৰ জৰিয়তে অশান্তিৰ সৃষ্টি কৰিব বিছাৰি আছে। এইক্ষেত্ৰত আৰক্ষীয়ে ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰিৰ ওপৰত তিক্ষ্ণ নজৰ ৰাখিছে গতিকে ছ'চিয়েল মিডিয়াত ৰাম মন্দিৰ আৰু বাবৰি মছজিদক লৈ প'ষ্ট বা কমেন্ট কৰাৰ আগত এবাৰ ভাবি লব নহলে ৰঙাঘৰৰ আলহী হব লাগিব পাৰে আপুনিও।

অসমত আছামিজ অনলাইন নামৰ ফেছবুক পেজটোৰ জৰিয়তে অযোধ্যাৰ ৰাম মন্দিৰ আৰু বাবৰি মছজিদক লৈ কিছুমান  প'ষ্ট কৰি ৰাইজৰ মাজত অশান্তিৰ সৃষ্টি কৰিব বিছৰা হৈছে বুলি দাবি কৰিছে একাংশয়। ইতিমদ্ধে আৰক্ষীয়ে এইক্ষেত্ৰত অনুসন্ধান কৰি আছে বুলি জানিব পৰা গৈছে। ছ'চিয়েল মিডিয়াত প'ষ্ট বা কমেন্ট কৰাৰ আগতে অলপ সাৱধান হ‌ওক আপুনিও।

Post a Comment

0 Comments