যোৰহাটত বিতৰ্কত SHIGGY. ভেজ ৰোলৰ ঠাইত দিলে চিকেন ৰোল।
নিৰামিষভোজী দুই ভুক্তোভোগীক কুকুৰাৰ মাংস খুৱাই যোৰহাটত এইবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে অনলাইন যোগে ফুড ডেলিভাৰী কৰা Swiggy । ভেজ ৰোলৰ ঠাইত চিকেন ৰোল ডেলিভাৰী কৰি বিতৰ্কত swiggy ।
যোৰহাটৰ দুজন আইনৰ ছাত্ৰই অনলাইনৰ যোগে swiggy ত ভেজ ৰোল অৰ্ডাৰ কৰিছিল আৰু swiggy য়ে চিকেন ৰোল দিছে । এইক্ষেত্ৰত ধৰ্মীয় অনুভূতিক আঘাত সনা বুলি কয় ভুক্তোভোগী দুই গৰাকীয়ে । ইতিমদ্ধে swiggy ৰ বিৰুদ্ধে যোৰহাট আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে আইনৰ ছাত্ৰ দুই গৰাকীয়ে । আৰু আদালতৰ কাষ চাপিব বুলিও কয় তেওলোকে। আপুনিও যদি অনলাইনত ফুড অৰ্ডাৰ কৰে তেনেহলে খোৱাৰ আগত অলপ ভালকৈ চাই লব।

0 Comments