ফেচবুকত ভাইৰেল বগা ডেকা । Who is Boga deka ?
বৰ্তমান অসমত ছচিয়েল মিডিয়া ফেচবুকত হথাৎ ভাইৰেল হৈ পৰে যিকোনো তথ্য। কেইদিনমান আগতে ৰাতিটোৰ ভিতৰতে গছৰ পাতত আল্লাহৰ নাম ভাইৰেল হৈছিল। থিক তেনেদৰে সৰস্বতী পূজাত এযোৰ বিশেষ সাজ-পাৰ পিন্ধি হথাৎ ভাইৰেল হৈছিল আন্চল মালাকৰ। আৰু বৰ্তমান ফেচবুকত ভাইৰেল হৈছে বগা ডেকা।
অষ্টম শ্ৰেণীত পঢ়ি থকা দৰং জিলাৰ এজন সৰু লৰা বগা ডেকা। বগা ডেকা নামৰ লৰাজনৰ ফেচবুকত আছে এটা একাউণ্ট। বগা ডেকা এজন সৰু লৰা যদিও তেও এজন প্ৰেমীকো। ফেচবুকত বগা ডেকা নামৰ সৰু লৰাজনে i am Single বুলি এটা status আপডেট দিয়াৰ পিছতে বহুতে বগা ডেকাক লৈ meme বনাবলৈ আৰম্ভ কৰে আৰু লগে লগে ফেচবুকত ভাইৰেল হৈ পৰে বগা ডেকা।
বগা ডেকাৰ ফেচবুক status ক অনুসৰন কৰি বহুতো ছোৱালীয়ে বগা ডেকাৰ লগত relationshipত থকা বুলি ফেচবুকত আপডেট দিয়াও দেখিবলৈ পোৱা গৈছে। বহুতে সৰু লৰা বগা ডেকাক সমালোচনা কৰিছে যদিও বহুতে আকৌ বগা ডেকাক সমৰ্থন কৰিও কিছুমান পষ্ট ফেচবুকত কৰা দেখা পোৱা গৈছে।
![]() |
| Boga Deka photo by Facebook |
বৰ্তমান অসমত ছচিয়েল মিডিয়া ফেচবুকত হথাৎ ভাইৰেল হৈ পৰে যিকোনো তথ্য। কেইদিনমান আগতে ৰাতিটোৰ ভিতৰতে গছৰ পাতত আল্লাহৰ নাম ভাইৰেল হৈছিল। থিক তেনেদৰে সৰস্বতী পূজাত এযোৰ বিশেষ সাজ-পাৰ পিন্ধি হথাৎ ভাইৰেল হৈছিল আন্চল মালাকৰ। আৰু বৰ্তমান ফেচবুকত ভাইৰেল হৈছে বগা ডেকা।
![]() |
| বগা ডেকা ফটো |
অষ্টম শ্ৰেণীত পঢ়ি থকা দৰং জিলাৰ এজন সৰু লৰা বগা ডেকা। বগা ডেকা নামৰ লৰাজনৰ ফেচবুকত আছে এটা একাউণ্ট। বগা ডেকা এজন সৰু লৰা যদিও তেও এজন প্ৰেমীকো। ফেচবুকত বগা ডেকা নামৰ সৰু লৰাজনে i am Single বুলি এটা status আপডেট দিয়াৰ পিছতে বহুতে বগা ডেকাক লৈ meme বনাবলৈ আৰম্ভ কৰে আৰু লগে লগে ফেচবুকত ভাইৰেল হৈ পৰে বগা ডেকা।
![]() |
| Boga Deka image by Facebook |

0 Comments