ছচিয়েল মিডিয়াত উৰাবাতৰি আৰু বিতৰ্কিত মন্তব্য কৰাসকল সাৱধান। গ্ৰেপ্তাৰ হ'ল ৯ জন লোক। Social media news in assamese.
ছচিয়েল মিডিয়াত বিতৰ্কিত মন্তব্য কৰি প'ষ্ট কৰোতে সাৱধান হওক। অসম আৰক্ষীয়ে নজৰ ৰাখিছে ছচিয়েল মিডিয়াত । ফেচবুকত বিৰূপ মন্তব্য কৰা লোকসকলৰ উচিত বিচাৰ কৰিব আৰক্ষীয়ে।
ছচিয়েল মিডিয়াত বিতৰ্কিত মন্তব্য কৰা ১২ জন লোকৰ বিৰূদ্ধে ৰুজু কৰা হৈছে গোচৰ । ইতিমধ্যে ৯ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰি গ্ৰেপ্তাৰ হল ৰাজ্যিক কংগ্ৰেছৰ আই টি ছেলৰ (IT cell) সমন্বয়ক অঞ্জন দেউৰী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বন্তি প্ৰজ্বলন কৰিবলৈ জনোৱা আহ্বানক লৈ বিতৰ্কিত মন্তব্য কৰিছিল কংগ্ৰেছি নেতাজনে।
![]() |
Social media news |

0 Comments