ইউটিউবাৰ সকলোৰ চৰকাৰলৈ সহায়। কোনে কেনেকৈ কৰিলে সহায় ? Amit bhadana, Technical Dost, asish chanchlani, dimpu baruah, Voice Assam, assamese mixture, i love travel and food, etc.

Indian youtubers images

দেশত কৰ'ণা ভাইৰাছত আক্ৰান্ত হাজাৰ হাজাৰ লোক। চৰকাৰে সকলো ৰাইজকে সজাগতা হৈ থাকিবলৈ আহ্বান জনায় দেশত লকডাউন ঘোষনা কৰিছে। লকডাউন সময়ত বহুতো দুখীয়া পৰিয়াল খাদ্যৰ বাবে হাহাকাৰ হৈছে।

চৰকাৰক বহুতে সহায়ৰ হাত আগবঢ়াইছে আৰু আপুনিও সহায় কৰিব পাৰে "অসম আৰগ্য নিধিৰ' জৰিয়তে।

ভাৰতৰ ইউটিউবাৰ ( Indian youtubers) সকলেও কম বেছি পৰিমাণে যোনে যেনেকৈ পাৰে চৰকাৰক সহায়ৰ হাত আগবঢ়ায় আহিছে।

ইউটিউবাৰ সকলোৰ চৰকাৰলৈ সহায়। কোনে কেনেকৈ কৰিলে সহায় ? Amit bhadana, Technical Dost, asish chanchlani, dimpu baruah, Voice Assam, assamese mixture, i love travel and food, etc.
Amit bhadana

ভাৰতৰ আগশাৰীৰ জনপ্ৰিয় ইউটিউবাৰ Amit Bhadana ই প্ৰধানমন্ত্ৰী ৰিলিফ ফান্ডলৈ (Pm relief Fund) আগবঢ়াইছে ‌‌‌‌‌‌৫ লাখ টকা।

ইউটিউবাৰ সকলোৰ চৰকাৰলৈ সহায়। কোনে কেনেকৈ কৰিলে সহায় ? Amit bhadana, Technical Dost, asish chanchlani, dimpu baruah, Voice Assam, assamese mixture, i love travel and food, etc.
Ashish chanchlani image by social media

 জনপ্ৰিয় ইউটিউবাৰ Asish chanchlani য়ে আগবঢ়া‌ইছে ৩ লাখ টকা।

ইউটিউবাৰ সকলোৰ চৰকাৰলৈ সহায়। কোনে কেনেকৈ কৰিলে সহায় ? Amit bhadana, Technical Dost, asish chanchlani, dimpu baruah, Voice Assam, assamese mixture, i love travel and food, etc.
Technical dost image

Technical dost হিতেশ কুমাৰে আগবঢ়ায় ৫০ হাজাৰ টকা। আৰু বহুতে চৰকাৰক সহায়ৰ হাত আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে।

ইউটিউবাৰ সকলোৰ চৰকাৰলৈ সহায়। কোনে কেনেকৈ কৰিলে সহায় ? Amit bhadana, Technical Dost, asish chanchlani, dimpu baruah, Voice Assam, assamese mixture, i love travel and food, etc.
Dimpu Baruah donate 10k rupees

অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই 'অসম আৰগ্য নিধিলৈ ' আগবঢ়ায় ১০ হাজাৰ টকা।

ইউটিউবাৰ সকলোৰ চৰকাৰলৈ সহায়। কোনে কেনেকৈ কৰিলে সহায় ? Amit bhadana, Technical Dost, asish chanchlani, dimpu baruah, Voice Assam, assamese mixture, i love travel and food, etc.
Voice Assam 

  Voice Assam ইউটিউব চেনেলটোৰ পৰা আগবঢ়ায় ৫ হাজাৰ টকা।

ইউটিউবাৰ সকলোৰ চৰকাৰলৈ সহায়। কোনে কেনেকৈ কৰিলে সহায় ? Amit bhadana, Technical Dost, asish chanchlani, dimpu baruah, Voice Assam, assamese mixture, i love travel and food, etc.
I love travel and food

I love travel and foodৰ বিকাশ ছেট্ৰীয়ে  দুখীয়া মানুহক অলপ খাদ্যৰ যোগান ধৰে।

ইউটিউবাৰ সকলোৰ চৰকাৰলৈ সহায়। কোনে কেনেকৈ কৰিলে সহায় ? Amit bhadana, Technical Dost, asish chanchlani, dimpu baruah, Voice Assam, assamese mixture, i love travel and food, etc.
Assamese mixture

Assamese mixture ৰ ভূষন পাঠকে দুখীয়া মানুহৰ মাজত খাদ্যৰ সামগ্ৰী বিতৰন কৰে।

Assam arogya Nidhi image 2020
Assam arogya Nidhi

আপোনালোকেও সহায়ৰ হাত আগবঢ়াওক চৰকাৰক। ( Assam Arogya Nidhi)

Post a Comment

0 Comments