Tiktok ত লাইক নোপোৱাৰ কাৰণে আত্মহত্যা এজন যুৱকৰ।
টিকটকত ভিডিঅ বনাই লাইক নোপোৱাৰ কাৰণে আত্মহত্যা কৰিলে এজন যুৱকে। ঘটনাটো উত্তৰ প্ৰদেশৰ নয়দাৰ। ১৮ বছৰীয়া যুৱকজনৰ নাম ইকবাল বুলি জানিব পৰা গৈছে। টিকটক ভিডিঅ বনাই লাইক নোপোৱাত মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল যুৱকজনে। বৃহস্পতিবাৰে নিজৰ কোঠাত ফাঁচি লাগি আত্মহত্যা কৰে যুৱকজনে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু প'ষ্টমৰ্টেমৰ বাবে লৈ যায়।
![]() |
| Tiktok news in assamese |

0 Comments