ইউটিউবত লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে ভিডিঅ বনাই বিতৰ্কত পৰিছে Mr Raja , assamese Youtuber Mr Raja Controversy, Assamese news,
আছুৰ সাধাৰণ সম্পাদক লূৰিণজ্যোতি গগৈৰ বিৰুদ্ধে ইউটিউবত এটা ভিডিঅ বনাই বিতৰ্কত সোমাই পৰিছে মিষ্টাৰ ৰাজা (mr Raja)।
mr raja নামৰ ইউটিউব চেনেলটোত কিছুমান হাস্যৰসৰ কমেডি ভিডিঅ প্ৰস্তুত কৰে মিষ্টাৰ ৰাজা নামৰ যুৱকজনে। মিষ্টাৰ ৰাজাৰ জনপ্ৰিয় চুপতি অনুষ্ঠানটোৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি অসমৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈও যুৱকজনে মনোৰঞ্জনৰ বাবে বহুতো ভিডিঅ প্ৰস্তুত কৰিছে আৰু দৰ্শকৰো বহুতো সহাৰি লাভ কৰিছে।
আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ বিষয়ে মিষ্টাৰ ৰাজাই এটা ভিডিঅ বনোৱাৰ পিছতে এতিয়া বিতৰ্কত সোমাই পৰিছে মিষ্টাৰ ৰাজা। কা আন্দোলনৰ কিছুমান ভিডিঅ লৈ লুৰিণজ্যোতি গগৈক উপলুঙা কৰি ইউটিউবত ভিডিঅ বনোৱা বুলি অভিযোগ উত্থাপিত কৰে ছাত্ৰ সন্থাই। আৰু নিজৰ দোষ স্বীকাৰ কৰি ক্ষমা বিছাৰিলে ইউটিউবাৰ মিষ্টাৰ ৰাজাই।
![]() |
| Mr Raja controversy |

0 Comments