বিপদত টিক'টক চেলিব্ৰিটী Faisal Siddiqui, case against tiktoker faisal Siddiqui, Faisal Siddiqui controversy, Faisal Siddiqui tiktok account block, assamese news.

Tiktoker Faisal siddiqui controversy

টিকটকত (Tiktok) এজনী ছোৱালীৰ মুখত এচিড আক্ৰমণৰ ভিডিঅ বনাই বিতৰ্কত সোমাই পৰিছে টিক'টক চেলিব্ৰিটী ফৈজল ছিদ্দিকি (Faisal Siddiqui controversy) । ভিডিঅ'টোত  ফৈজল চিদ্দিকিয়ে ( Faisal Siddiqui ) এজনী যুৱতীৰ মুখত এচিড আক্ৰমণ কৰা দেখুৱাইছিল। ফৈজল ছিদ্দিকিৰ এই ভিডিঅ'টো ভাইৰেল হৈ পৰাৰ পিছতে বলীউডৰ অভিনেত্ৰী পুজা ভট্টে ( Pooja Bhatt ) ইয়াৰ তীব্ৰ বিৰোধিতা কৰে আৰু টুইটাৰত টিকটক  ইন্ডিয়াই (Tiktok india) এনেধৰণৰ ভিডিঅ প্ৰচাৰ কৰিবলৈ কিয় অনুমতি দিয়ে তাকে লৈ প্ৰশ্ন উত্থাপিত কৰে।

পুজা ভট্টৰ টুইটৰ পিছতে বহুতে এতিয়া ফৈজল ছিদ্দিকিৰ টিকটক একাউণ্ট বন্ধ (Faisal Siddiqui tiktok account block) কৰাৰ আহ্বান জনায় টিকটক ইন্ডিয়াক (Tiktok india )।

ইতিমধ্যে টিকটকাৰ ফৈজল ছিদ্দিকিৰ  (Case against tiktoker faisal Siddiqui ) বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগে গোচৰ ৰূজু কৰা বুলি জানিব পৰা গৈছে।

Post a Comment

0 Comments