Carryminati ৰ YouTube vs Tiktok the end ভিডিঅ'টি কিয় ডিলিট কৰিলে ? কেনেকৈ আৰম্ভ হ'ল এই যুদ্ধখনৰ পঢ়ক সম্পূৰ্ণ তথ্য। YouTube deleted carryminati latest Tiktok vs YouTube the end roast video. How to start TIK TOK vs YouTube controversy , carryminati tiktok vs YouTube video deleted, assamese news.
জনপ্ৰিয় ইউটিউবাৰ ( youtuber) কেৰীমিনতিয়ে (Carryminati) কিছুদিন আগতে এটা ভিডিঅ আপলোড কৰিছিল । ভিডিঅ'টোত কেৰীমিনতিয়ে ইউটিউব আৰু টিকটকৰ ( YouTube vs Tiktok) উপৰত মন্তব্য কৰি টিকটকাৰ ( Tiktoker) সকলক লৈ হাস্যব্যাঙ্গ ৰসেৰে ভিডিঅ'টো প্ৰস্তুত কৰি ইউটিউবত আপলোড কৰিছিল। আপোনালোকক এইখিনিতে জনাও যে Carryminati য়ে YouTube ত Roast ভিডিঅ' বনাই। আৰু এই Roast ভিডিঅ'ৰ জৰিয়তে মানুহক কিছুপৰিমানে হহুৱাবলৈ চেষ্টা কৰে কেৰীমিনতিয়ে।
Carryminati য়ে ভিডিঅ'টো আপলোড কৰাৰ লগে লগে মাত্ৰ দুঘণ্টাৰ ভিতৰতে ১ মিলিয়ন লাইক আহে ভিডিঅ'টিত আৰু প্ৰায় ৩ দিনত ৭২ মিলিয়ন Views আৰু 10 মিলিয়ন লাইক আহে ভিডিঅ'টিত। ভিডিঅ'টো আপলোড কৰাৰ সময়ত চেনেলটোৰ subscribers আছিল ৯.৬ মিলিয়ন আৰু ভিডিঅ'টি আপলোড কৰাৰ ৩ দিন পিছত চেনেলটোয়ে ১৬ মিলিয়নৰ অধিক subscribers অতিক্ৰম কৰিবলৈ সক্ষম হয়। Carryminati ৰ এই ভিডিঅ'টোৱে সকলো ৰেকৰ্ড ভংগ কৰিছিল যদিও বৰ্তমান ইউটিউবত সেই ভিডিঅ' নাই কাৰন ইউটিউবে ভিডিঅ'টো ডিলিট কৰি দিছে। YouTube ত কিছুমান নিয়ম আছে যদিহে আপুনি কাৰোবাক বেয়াকৈ সমালোচনা কৰি গালি গালাজ কৰে আৰু আপোনাৰ ভিডিঅ'টোত যদি বহুতে ৰিপোৰ্ট কৰে তেনেহলে ইউটিউবে আপোনাৰ ভিডিঅ'টি ডিলিট কৰি দিবলৈ বাধ্য হয় পৰে। হয়তো carryminati ৰ এই ভিডিঅ'টোত বহুতো tiktok ব্যৱহাৰকাৰী সকলে ভিডিঅ'টোত ৰিপোৰ্ট কৰিছিল আৰু সেইকাৰণে ভিডিঅ'টি ডিলিট কৰা হ'ল।
Carryminati ৰ ভিডিঅ'টো ডিলিট হোৱাৰ পিছত এতিয়া সমগ্ৰ চচিয়েল মিডিয়াত এক আলোড়নৰ সৃষ্টি হৈছে। সকলো ডাঙৰ ডাঙৰ ইউটিউবাৰ সকলে ইউটিউবত তেওঁলোকৰ নিজৰ নিজৰ মতামত আগবঢ়ায় Tiktoker সকলক সমালোচনা কৰাও দেখিবলৈ পোৱা গৈছে। কিছুমানে আকৌ টিকটক এপটো তেওঁৰ ম'বাইলৰ পৰা ডিলিট কৰিও দিছে। বৰ্তমান সময়ত carryminati য়ে সকলো Records break কৰি Twitter, Instagram আৰু সকলো ছচিয়েল মিডিয়াৰ Trending ত আছে। ইউটিবাৰ সকলে এটা hashtag উলিয়াইছে সেইটো হ'ল #Justiceforcarry আৰু এই hashtag টোৱে Twitter ত বৰ্তমান trending ১ ত আছে।
কেনেকৈ আৰম্ভ হ'ল Tiktok vs YouTube ৰ যুদ্ধ খন। How to start Tik TOK vs YouTube controversy.
কেইদিনমান আগতে Elvish Yadav নামৰ এটা ইউটিউব চেনেলত Tiktoker সকলক roast কৰা হৈছিল । আৰু তাৰ পিছতে জনপ্ৰিয় টিকটকাৰ আমিৰ ছিদ্দিকিয়ে (Tiktoker Amir Siddiqui) সকলো youtuber সকলক সমালোচনা কৰি এটা ভিডিঅ' আপলোড কৰিছিল আৰু তেতিয়াৰ পৰাই Tiktok vs YouTube ৰ এই যুদ্ধখন চলি আছে।
![]() |
| YouTube remove carryminati roast video |

0 Comments