চাওক ভিডিঅ : টিক'টকত ভিডিঅ বনাই আত্মহত্যা কৰিলে নলবাৰীৰ এগৰাকী যুৱতীয়ে। Jiya kashyap Commits suicide video Nalbari, Tiktok suicide video Nalbari borkura, assamese news.
নলবাৰীৰ বৰকুৰাত এজনী ১৩ বছৰীয়া যুৱতীয়ে মৃত্যুৰ আগমুহূৰ্তত টিক'টকত ভিডিঅ প্ৰস্তূত কৰি ৰে'লৰ আগত জপিয়াই আত্মহত্যা কৰে। টিক'টকৰ একাউণ্টত যুৱতীৰ গৰাকীৰ নাম জিয়া কাশ্যপ বুলি দিয়া আছে যদিও প্ৰকৃততে যুৱতী গৰাকীৰ নামটো বন্দনা কলিতা ( Bandana kalita) বুলি জানিব পৰা গৈছে । যুৱতী গৰাকীয়ে নিজকে তেওঁৰ প্ৰেমিকাৰ আত্মহত্যাৰ বাবে জগৰীয়া কৰি আত্মহত্যা কৰে ।
ভিডিঅ'টো চাবলৈ ইয়াত ক্লিক কৰক।
ভাৰতত নিষিদ্ধ হবনে চীনা সামগ্ৰী। Boycott Chinese products in India.
![]() |
| Tiktok girl suicide Nalbari |

0 Comments