ফেচবুকত মন্ত্ৰী অতুল বৰাৰ ফটো বিকৃত ৰূপ দিয়া মিমাৰ সকল সাৱধান। মিমাৰৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। Assamese news, Facebook memer controversy assam,
ফেচবুকত কৃষিমন্ত্ৰী অতুল বৰাৰ (Atul bora) ফটো বিকৃত ৰূপ দি প্ৰচাৰ কৰা মিমাৰ (memer) সকল সাৱধান। কৃষিমন্ত্ৰী অতুল বৰাৰ ফটো বিকৃত ৰূপ দিয়া মিমাৰৰ বিৰুদ্ধে লতাশিল আৰক্ষী থানাত অসম ছাত্ৰ পৰিষদে ৰুজু কৰিছে গোচৰ । যোগ দিৱসৰ দিনা মন্ত্ৰী অতুল বৰাই যোগাসন কৰি থকা কিছুমান ফটো বিকৃত ৰূপ দি কিছুমান ব্যক্তি আৰু ফেচবুক পেজত প্ৰচাৰ কৰিছিল একাংশই ।
![]() |
Atul bora image by social media |

0 Comments