Tiktok ৰ দৰে একে ভাৰতীয় এপ Chingari , indian short video sharing app Chingari, Assamese news.
ভাৰতত নিষিদ্ধ হ'ল Tiktokৰ লগতে আৰু ৫৯ টা চাইনিজ এপ। সকলোতকৈ জনপ্ৰিয় Tiktok এপটো ভাৰতত বন্ধ কৰি দিয়াৰ লগে লগে দুখত ভাগি পৰিছে টিক'টকত ভিডিঅ প্ৰস্তূত কৰা যুৱক-যুৱতী সকল। কিন্তূ এতিয়া আৰু চিন্তাৰ কাৰন নাই । টিক'টকত যেনেকৈ ভিডিঅ প্ৰস্তূত কৰিছিল ঠিক তেনেদৰে ভিডিঅ প্ৰস্তূত কৰিব পৰা এপ মুকলি হৈছে ভাৰতত। ভাৰতীয় এপটোৰ নাম হৈছে চিংগাৰী ( Chingari ).
ভাৰতীয় এপ chingari ৰ মুকলি কৰাৰ পিছতে এপটো ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি পাইছে। Chingari App টো বৰ্তমানে ৫ মিলিয়ন ( 5 million downloads ) মানুহে ডাউনলোড কৰিছে।
চিংগাৰী ( Chingari ) এপটোত ভিডিঅ আপলোড আৰু ডাউনলোড কৰাৰ লগতে বন্ধু-বান্ধৱীৰ সৈতে চেটিং কৰাৰ সুবিধাও আছে এই এপটোত।
![]() |
| Indian app chingari |

0 Comments