শ্ৰী শ্ৰী বাৰঘৰীয়া বাৰ গোপাল থান ঘগ্ৰাপাৰ। Barghariya Bargopal Than Ghograpar, Nalbari Biggest Mandir, Assamese blog,

শ্ৰী শ্ৰী বাৰঘৰীয়া বাৰ গোপাল থান ঘগ্ৰাপাৰ।

পোন প্ৰথমে আপোনালোকক আমাৰ এই ব্লগ চাইট লৈ স্বাগতম জনাইছো। আজি আমি নলবাৰী জিলাৰ অন্তৰ্গত শ্ৰী শ্ৰী বাৰঘৰীয়া বাৰগোপাল থানৰ (Barghariya BarGopal Than) বিষয়ে অলপ আলোচনা কৰিম এই ব্লগৰ জৰিয়তে।

Assamese Blog : নলবাৰী জিলাৰ অন্তৰ্গত ঘগ্ৰাপাৰত অৱস্থিত শ্ৰী শ্ৰী বাৰঘৰীয়া বাৰ গোপাল থান(Barghariya BarGopal Than) । প্ৰায় ১২০ বছৰ আগতে স্থাপন কৰা হৈছিল এই থান খন। বহু ৰহস্যৰে ভৰা শ্ৰী শ্ৰী বাৰঘৰীয়া বাৰ গোপাল থান (Barghariya BarGopal Than) খন। জানিব পৰা গৈছে যে ১২ (বাৰ) ঘৰ মানুহে লগ হৈ এই থান খন স্থাপন কৰিছিল আৰু সেইকাৰণে থান খনৰ নাম বাৰঘৰীয়া বাৰ গোপাল থান (Barghariya BarGopal Than) বুলি কোৱা হৈছে।

শ্ৰী শ্ৰী বাৰঘৰীয়া বাৰ গোপাল থান ঘগ্ৰাপাৰ। Barghariya Bargopal Than Ghograpar, Nalbari Biggest Mandir, Assamese blog,
বাৰঘৰীয়া বাৰগোপাল থানৰ সভা

অসমীয়া ব্লগ : মাঘ বিহুত (Magh Bihu) শ্ৰী শ্ৰী বাৰঘৰীয়া বাৰ গোপাল থানত (Barghariya BarGopal Than) তিনি দিনিয়াকৈ এখন বৃহত সভা অনুষ্ঠিত কৰা হয়। আৰু এই সভাত লাখ লাখ ভক্তৰ সমাগম দেখা যায়। জনবিশ্বাস অনুসৰি ভক্তই এই থানত আহি মনত যি ভাবে তাকে পূৰ্ণ হৈ বুলিও কয় বহুতে। 

আমাৰ এই ব্লগটো (Blog) লিখোতে হৈটো বহুতো ভুল হ'ব পাৰে তাৰ বাবে ক্ষমা কৰিব। আৰু ভূলবোৰ আমাক এই ব্লগটোৰ তলত কমেণ্ট কৰি জনাব পাৰে পিছত যাতে আমি শুধৰাই লিখিব পাৰোঁ। ধন্যবাদ।

Post a Comment

0 Comments