১৯ মাৰ্চত ৩ লাখ ৮০ হাজাৰ PMAY ঘৰ দিৱ চৰকাৰে।
![]() |
Pmay assam |
১৯ মাৰ্চ তাৰিখে অসম চৰকাৰে ৩.৮০ লাখ লাভান্বিতক PMAY ৰ ঘৰ অনুমোদন পত্ৰ প্ৰদান কৰিব । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিলা কৰ্তৃপক্ষৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আলোচনা কৰে।
অসম চৰকাৰে PMAY-G ৰ ২০২৫ ৰ তালিকা প্ৰকাশ কৰিছে। আবেদনকাৰীসকলে জিলা আৰু গাঁও পঞ্চায়ত অনুসৰি অনলাইনত তালিকা পৰীক্ষা কৰিব পাৰে। ( rural.assam.gov.in)
Geo-Tagging কৰাৰ সুবিধা:
PMAY-G ৰ অধীনত নিজেই Geo-Tagging কৰাৰ সুবিধা অসমত আৰম্ভ হৈছে, যাতে ঘৰ নিৰ্মাণৰ যথাযথ নিৰীক্ষণ আৰু স্বচ্ছতা নিশ্চিত হয়।
অসম চৰকাৰে ২০২৬ৰ ভিতৰত ২ লাখ গৃহ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে।
আপুনি PMAY-G সম্পৰ্কীয় অধিক তথ্য জানিবলৈ চৰকাৰী ৱেবচাইট rural.assam.gov.in চাব পাৰে।
0 Comments