ফেচবুকত ছাত্ৰ সন্থাৰ বিৰূদ্ধে অশ্লীল প,ষ্ট কৰি গ্ৰেপ্তাৰ হল ৪ যুৱক। Cyber crime

ফেচবুকত ছাত্ৰ সন্থাৰ বিৰূদ্ধে অশ্লীল প,ষ্ট কৰি গ্ৰেপ্তাৰ হল ৪ যুৱক।




দেশত বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা । ফেচবুকত ছাত্ৰ সন্থাৰ বিৰূদ্ধে আপত্তিজনক প,ষ্ট কৰি ৰঙাঘৰৰ আলহী হল ৪ যুৱক। যুৱক কেইজনৰ নামসমূহ হল সুশীল দলে, ৰাজিৱ পামেগাম, দেৱজ্যোতি শ্বৰ্গীয়াৰী আৰু হেমেন টাইড।


২০ ছেপ্তেম্বৰ তাৰিখে উত্তৰ লখিমপুৰ পৌৰ সভাৰ বিৰূদ্ধ এক প্ৰতিবাদি আন্দোলন হাতত লৈছিল আছূৱে আৰু সেই প্ৰতিবাদি কাৰ্য্যসূচীৰ ফটো বিকৃত ৰূপত ইডিতিং  কৰি অশ্লীল শব্দ ব্যৱহাৰ কৰি ফেচবুক আৰু হোৱাটছ এপত ভাইৰেল কৰিছিল ছাইবাৰ অপৰাধীয়ে। আৰু ঘটনাটোৰ সন্দৰ্ভত ছাত্ৰ সন্থাই আৰক্ষীক গোচৰ ৰুজু কৰিছিল ।

বৰ্তমান আৰক্ষীৰ জালত পৰিছে অপৰাধীকেইজন। গতিকে ছচিয়েল মিডিয়া ব্যৱহাৰ কৰোতে সাৱধান হ‌ওক আপুনিও ।

Post a Comment

0 Comments