গৰীবৰ বন্ধু বিৰাজ হাজৰিকালৈ DR APJ Abdul Kalam বটা। CISF biraj Hazarika Receiving Dr APJ Abdul Kalam Award 2020, Assamese news today

গৰীবৰ বন্ধু বিৰাজ হাজৰিকালৈ DR APJ Abdul Kalam  বটা প্ৰদান গুৱাহাটীৰ ৰ‍ং ভৱনত ।

biraj Hazarika Receiving Dr APJ Abdul Kalam Award 2020
Biraj Hazarika Receiving Dr APJ Abdul Kalam Award

CISF ৰ জোৱান বিৰাজ হাজৰিকাই তেওৰ চাকৰিৰ দৰমহাৰ কিছু ধন দুখীয়াৰ বাবে আগবঢ়ায় আহিছে। চৰকাৰৰ আঁচনিয়ে ধুকি নোপোৱা দুখীয়াৰ লগত বিৰাজ হাজৰিকা সদায় আছে।

CISF Biraj Hazarika
Biraj Hazarika image by Facebook

বহুতো দুখীয়া ঘৰৰ লৰা-ছোৱালীক পিন্ধিবলৈ ভাল এজোৰ কাপোৰৰ লগতে খাদ্য যোগান ধৰি আহিছে বিৰাজ হাজৰিকাই। বৰ্তমান ছচিয়েল মিডিয়াত দুখীয়াৰ বন্ধু হিচাপে চিহ্নিত হৈ আহিছে বিৰাজ হাজৰিকা।


Mahatma Gandhi awards
Biraj Hazarika Receiving Mahatma Gandhi award

 ইতিমধ্যে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় বটাৰ লগতে অভিনেতা বিজু ফুকন বটাও গ্ৰহণ কৰিবলৈ সক্ষম হৈছে বিৰাজ হাজৰিকাই।

Biraj Hazarika lunch roti and kapda bank in Assam
Biraj Hazarika image by Facebook

বিৰাজ হাজৰিকাই দুখীয়া পৰিয়ালৰ বাবে লৈ আহিছে ৰুতি আৰু কাপোৰ বেংক যত এটকাও নিদিয়াকৈ দুখীয়া মানুহে পাৱ খাদ্যৰ লগতে পিন্ধিবলৈ পাৱ এজোৰ কাপোৰ।

social hero Biraj Hazarika image, বিৰাজ হাজৰিকা
দুখীয়াৰ বন্ধু বিৰাজ হাজৰিকাৰ এখন সুন্দৰ ফটো

পৰিৱৰ্তনৰ শ্লোগান দিয়া চৰকাৰৰ আঁচনিও ধুকি নোপোৱা দুখীয়া পৰিয়ালটোক বিৰাজ হাজৰিকাই নিৰ্মাণ কৰি দিলে এটি ঘৰ। বিৰাজ হাজৰিকাৰ এই পদক্ষেপক আমি সলাগ লৈছো। 

Post a Comment

0 Comments