ভাৰতত নিষিদ্ধ হ'ল জনপ্ৰিয় অনলাইন গেম Pubg. Pubg banned in India latest news, assamese news.
ভাৰতত নিষিদ্ধ হ'ল জনপ্ৰিয় অনলাইন গেম Pubg ৰ লগতে আৰু ১১৮ টা চাইনিজ মবাইল এপ। চীনৰ বিৰুদ্ধে ভাৰতৰ আকৌ এবাৰ ডিজিটেল ষ্ট্ৰাইক। কেইদিনমানৰ আগতেও ভাৰতে ১০৬ টা চাইনিজ এপ নিষিদ্ধ কৰিছিল ভাৰতত।
ভাৰতত অনলাইন গেম Pubg নিষিদ্ধ কৰিবলৈ বহুতে চৰকাৰক বহু সময়ত অনুৰোধ জনাই আহিছে। ভাৰতত Pubg ৰ কাৰনে বহুতো যুৱক যুৱতীয়ে কিছুমান ভয়ংকৰ কাণ্ড কৰাৰ ও বহুতো খৱৰ পোৱা যায়। ভাৰতত টিকটক নিষিদ্ধ হোৱাৰ পিছতে অনলাইন গেম Pubg নিষিদ্ধ কৰিবলৈ বহুতে চৰকাৰক আহ্বান জনোৱা পৰিলক্ষিত হৈছিল। ভাৰতত টিকটকৰ পিছত এইবাৰ জনপ্ৰিয় অনলাইন গেম Pubg নিষিদ্ধ কৰি চীনক ভালকৈ এসেকা দিলে বুলি মত ব্যক্ত কৰিছে বহুতে।



0 Comments