এইবাৰ কামাখ্যা দেৱালয়ত নহয় অম্বুবাচী মেলা।
দেশত কৰ'ণা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ শক্তিপীঠ কামাখ্যা দেৱালয়ত নহব অম্বুবাচী মেলা। পৰিচালনা সমিতিৰ এখন বৈঠকৰ পিছতে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। চলিত বৰ্ষত অমৰনাথ যাত্ৰা বাতিল কৰাৰ পিছতে এইবাৰ অম্বুবাচী মেলা নপতাৰ সিদ্ধান্ত লৈছে কামাখ্যা দেৱালয় পৰিচালনা সমিতিয়ে ।
২২ জুনৰ পৰা ২৬ জুনলৈ অম্বুবাচী মেলাৰ আয়োজন কৰিব কামাখ্যা দেৱালয় পৰিচালনা সমিতিয়ে। অম্বুবাচীৰ সময়ত ধৰ্মীয় ৰিতি-নিতীৰে দেৱীৰ পূজা অৰ্চনা কৰা হব। কৰ'ণা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দুৰত্ব বজাই ৰাখি পালন কৰা হব অম্বুবাচী মেলা।
![]() |
| Kamakhya Mandir image by social media |

0 Comments