ক্ৰমাৎ সুস্থ হৈ উঠিছে কণ্ঠশিল্পী জুবিন গাৰ্গ। চিন্তাৰ কাৰন নাই বুলি কলে চিকিৎসকে।
 |
| জুবিন গাৰ্গ ফটো |
ক্ৰমান্বয়ে সুস্থ হৈ উঠিছে কণ্ঠশিল্পী জুবিন গাৰ্গ। সম্পুৰ্ণৰূপে সংকটমুক্ত বুলি জনাই চিকিৎসকে। অনুৰাগ শইকীয়াৰ প্ৰজেক্ট বৰগীত অনুষ্ঠানত উপস্থিত আছিল জুবিন গাৰ্গ। আৰু অনুষ্ঠানৰ মাজতে হঠাৎ ঢলি পৰে জুবিন গাৰ্গ। ততাতৈয়াকৈ নেমকেয়াৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় জুবিন গাৰ্গক।
 |
| Zubeen garg image by Facebook |
জুবিন গাৰ্গে বিৰতিবিহীন ভাৱে কোনো ৰেষ্ট নকৰাকৈ অধিক সময় কামত ব্যস্ত থকাৰ কাৰনে দূৰ্বল হৈছিল বুলি মন্তব্য কৰে চিকিৎসকে। জুবিন গাৰ্গ সুস্থ হৈ উঠিছে যদিও কিছুমান পৰিক্ষা নিৰিক্ষাৰ বাবে ICU ত ৰখা হৈছে জুবিন গাৰ্গক। বৰ্তমান কোনো চিন্তাৰ কাৰণ নাই বুলি কয় চিকিৎসকে।
0 Comments