পান কাৰ্ডৰ (PAN CARD) সৈতে আধাৰ কাৰ্ডখন (ADHAR CARD) লিংক কৰিলেনে ? সাৱধান হ‌ওক ভৰিব লগা হ'ব পাৰে ১০ হাজাৰ টকা । Pan card link with adhar card assamese news,

পান কাৰ্ডৰ (PAN CARD) সৈতে আধাৰ কাৰ্ডখন (ADHAR CARD) লিংক কৰিলেনে ? সাৱধান হ‌ওক ভৰিব লগা হ'ব পাৰে ১০ হাজাৰ টকা ।
পান কাৰ্ডৰ (PAN CARD) সৈতে আধাৰ কাৰ্ডখন (ADHAR CARD) লিংক কৰিলেনে ? সাৱধান হ‌ওক ভৰিব লগা হ'ব পাৰে ১০ হাজাৰ টকা । Pan card link with adhar card assamese news,
pan card link with adhar card

পান কাৰ্ডৰ (Pan Card) লগত আধাৰ কাৰ্ডখন (Adhar Card) লিংক কৰাতো বাধ্যতামূলক নিয়ম কৰিছে আয়কৰ বিভাগে নহলে ভৰিব লগা হ'ব পাৰে ১০ হাজাৰ টকাৰ জৰিমনা।

আয়কৰ বিভাগে জনোৱামতে যিসকলে এতিয়াও পান কাৰ্ডৰ লগত আধাৰ কাৰ্ডখন লি‍ংক কৰা নাই তেওঁলোকৰ বাবে ৩১ মাৰ্চলৈ সময় সীমা বান্ধি দিছে আয়কৰ বিভাগে। ৩১ মাৰ্চৰ আগত যদি পান কাৰ্ডৰ লগত আধাৰ কাৰ্ডখন লিংক কৰা নহয় তেনেহলে ১ এপ্ৰিলৰ পৰা আধাৰ কাৰ্ড লিংক নকৰা পান কাৰ্ডখন বন্ধ কৰি দিব আয়কৰ বিভাগে। আৰু বন্ধ হোৱা পান কাৰ্ডখন ব্যৱহাৰ কৰিলে ১০ হাজাৰ টকাৰ জৰিমণা ভৰিব লগা হ'ব পাৰে আপুনি। গতিকে সোনকালে পান কাৰ্ডৰ লগত আধাৰ কাৰ্ডখন লিংক কৰক।

আয়কৰ বিভাগৰ নিয়ম অনুসৰি এজন ব্যক্তিয়ে মাত্ৰ এখন পান কাৰ্ডহে ব্যৱহাৰ কৰিব পাৰে। কিছুমান ব্যক্তিয়ে নিজৰ নাম দুখন তিনিখন পান কাৰ্ড ব্যৱহাৰ কৰি আছে আৰু সেইবোৰ বন্ধ কৰাৰ বাবে আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ডখন লিংক কৰাতো বাধ্যতামূলক কৰিছে।

Post a Comment

1 Comments