৩০ এপ্ৰিললৈ বৃদ্ধি হ'ব লকডাউনৰ সময়সীমা। কি কি হ'ব পাৰে নিয়মসমূহ ?
ভাৰতত কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৰ্তমান ৭৪৪৭ জনলৈ বৃদ্ধি হৈছে আৰু ২৩৯ জন লোকৰ কৰ'ণা ভাইৰাছত মৃত্যু হৈছে । ভাৰতত ২১ দিনিয়া লকডাউনৰ সময়সীমা ১৪ এপ্ৰিল তাৰিখে সমাপ্ত হব যদিও আকৌ ৩০ এপ্ৰিললৈ লকডাউনৰ সময়সীমা বৃদ্ধি কৰিব পাৰে চৰকাৰে। ইতিমধ্যে সকলো ৰাজ্যতে লকডাউনৰ সময়সীমা বৃদ্ধি কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আহ্বান জনায় ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰীয়ে।
১৪ এপ্ৰিলৰ পিছত কি হব পাৰে লকডাউনৰ নিয়মসমূহ...
১/ দুসপ্তাহলৈ বৃদ্ধি হ'ব পাৰে লকডাউনৰ সময়সীমা।
২/ ১ম আৰু ২য় শ্ৰেণীৰ চৰকাৰী কৰ্মচাৰীয়ে আহিব কাৰ্যালয়লৈ।
৩/ ৩য় আৰু ৪ৰ্থ কৰ্মচাৰীৰ ৫০%ৰ উপস্থিতি।
৪/ লকডাউনৰ নিয়ম মানি খোল খাব উদ্যোগসমূহ।
৫/ জিলাসমূহক ৩ টা ভাগত বিভক্ত কৰা হ'ব।
৬/ ১০% কৰ'ণা আক্ৰান্ত থকা জিলাসমূহ ঘোষণা কৰা হ'ব ৰেড জ'ন।
৭/ বেপাৰ বাণিজ্য চলিব সীমিত পৰিসৰত।
৮/ আন্তঃজিলাৰ মাজত বন্ধ থাকিব যাতায়তৰ ব্যৱস্থা।
৯/ ৰাজহুৱা বাহন নচলিব।
১০/ স্কুল,কলেজ, শ্বপিং মল, বিউটী পাৰ্লাৰ , ,চিনেমা হল , ৰেষ্টুৰেন্ট থাকিব বন্ধ।
ছচিয়েল মিডিয়াত উৰাবাতৰি আৰু বিতৰ্কিত মন্তব্য কৰাসকল সাৱধান।
![]() |
| Lockdown 30 April |

0 Comments