দিল্লীৰ নিজামুদ্দিন মাৰ্কাজে সৰ্বনাস কৰিলে অসম। অসমত Covid 19 আক্ৰান্ত ৫ জন লোক। Covid 19 Assam in assamese news

দিল্লীৰ নিজামুদ্দিন মাৰ্কাজে সৰ্বনাস কৰিলে অসম। অসমত Covid 19 আক্ৰান্ত ৫ জন লোক।

দিল্লীৰ নিজামুদ্দিন মাৰ্কাজে সৰ্বনাস কৰিলে অসম। অসমত Covid 19 আক্ৰান্ত ৫ জন লোক। Covid 19 Assam in assamese news
Covid 19 Assam

কৰিমগঞ্জত মঙ্গলবাৰে এজন ৫২ বছৰীয়া লোক covid 19 আক্ৰান্ত হোৱাৰ পিছত  বুধবাৰে covid 19 আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পালে ৫ জনলৈ।

অসমৰ ৪৫৬ জন লোকে ভাগ লৈছিল দিল্লীৰ নিজামুদ্দিন দৰগাহ মাৰ্কাজ মছজিদৰ তবলিকী জামাতত। ইতিমধ্যে নিজামুদ্দিন মাৰ্কাজত অংশ লোৱা ১০ জন লোকৰ মৃত্যু হৈছে covid 19 আক্ৰান্ত হৈ। অসমৰ পৰা যায় যিসকলে তবলিকী জামাতত অ‍ংশ লৈছিল তেওঁলোকক চিনাক্ত কৰিছে প্ৰশাসনে। অসমলৈ উভতি আহা লোকসকলক চিকিৎসকৰ কাষ চাপিবলৈ আহ্বান জনাইছে চৰকাৰে।

Covid 19 আক্ৰান্ত ৫ জন লোকসকল।

১/ জামাল‌উদ্দীন ( ৫২ ) কৰিমগঞ্জ।

২/ আৰ্ছাদ আলী (১৯) নলবাৰী।

৩/ ম:হজৰত আলী (৩৪) জাগীৰোড।

৪/ ম:নুৰ‌উদ্দিন (৫৫) জাগীৰোড।

৫/ ম:জোনাব আলী (৪৩) জাগীৰোড।

অসমৰ আৰু ৪ জন লোক কৰ'ণাত আক্ৰান্ত বুলি জানিব পৰা গৈছে বৰ্তমান তেওঁলোক অসমলৈ ঘুৰি আহা নাই। সৰ্বমুঠ অসমৰ ৯জন লোক কৰ'ণাত আক্ৰান্ত বুলি জানিবলৈ দিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Post a Comment

0 Comments